বৰপেটা, ৯ আগষ্টঃ শুকুৰবাৰে আবেলি বৰপেটা হাউলীত আৰক্ষী, চিআৰপিএফ আৰু চিআইএছএফে যুটীয়াভাৱে ফ্লেগ মাৰ্চ কৰে ৷ হাউলী চহৰৰ মুল পথেৰে চলে এই ফ্লেগমাৰ্চ ৷ বৰপেটাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে নেতৃত্ব বহন কৰে ফ্লেগমাৰ্চৰ ৷ সমাগত স্বাধীনতা দিৱসক লৈ বৰপেটা আৰক্ষী প্ৰশাসন আৰু অৰ্ধসামৰিক বাহিনীৰ এই ফ্লেগমাৰ্চ ৷ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ লগতে ফ্লেগমাৰ্চৰ নেতৃত্বত থাকে চিআৰপিএফৰ কমাণ্ডেন্ট অজয় সিং আৰু চিআইএছএফৰ কমাণ্ডেন্টগৰাকী ৷ ইপিন জিলাখনৰ বিভিন্ন স্থানত আৰক্ষীয়ে গঢ়ি তুলিছে নিশ্চিদ্ৰ তালাচীৰ ব্যৱস্থা ৷ স্বাধীনতা দিৱসৰ পূৰ্বে সকলো ধৰনৰ কূটাঘাট ৰোধ কৰাৰ বাবে সকলো ধৰনৰ নিৰাপত্তামূলক ব্যৱস্থা হাতত লোৱাৰ লগতে বাটপথ সমুহত চলাচল কৰা যান বাহন সমুহতো তন্ন তন্নকৈ তালাচী চলাই আছে আৰক্ষীয়ে ৷ ইতিমধ্যে জিলাখনৰ সকলো অঞ্চলতে কঠোৰ কৰি তোলা হৈছে নিৰাপত্তামূলক ব্যৱস্থা ৷
স্বাধীনতা দিৱসঃ সাজু বৰপেটা প্ৰশাসন - ফ্লেগমাৰ্চ
সমাগত স্বাধীনতা দিৱসক লৈ বৰপেটা আৰক্ষী প্ৰশাসন আৰু অৰ্ধসামৰিক বাহিনীৰ এই ফ্লেগমাৰ্চ ৷ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ লগতে ফ্লেগমাৰ্চৰ নেতৃত্বত থাকে চিআৰপিএফৰ কমাণ্ডেন্ট অজয় সিং আৰু চিআইএছএফৰ কমাণ্ডেন্টগৰাকী ৷
বৰপেটা, ৯ আগষ্টঃ শুকুৰবাৰে আবেলি বৰপেটা হাউলীত আৰক্ষী, চিআৰপিএফ আৰু চিআইএছএফে যুটীয়াভাৱে ফ্লেগ মাৰ্চ কৰে ৷ হাউলী চহৰৰ মুল পথেৰে চলে এই ফ্লেগমাৰ্চ ৷ বৰপেটাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে নেতৃত্ব বহন কৰে ফ্লেগমাৰ্চৰ ৷ সমাগত স্বাধীনতা দিৱসক লৈ বৰপেটা আৰক্ষী প্ৰশাসন আৰু অৰ্ধসামৰিক বাহিনীৰ এই ফ্লেগমাৰ্চ ৷ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ লগতে ফ্লেগমাৰ্চৰ নেতৃত্বত থাকে চিআৰপিএফৰ কমাণ্ডেন্ট অজয় সিং আৰু চিআইএছএফৰ কমাণ্ডেন্টগৰাকী ৷ ইপিন জিলাখনৰ বিভিন্ন স্থানত আৰক্ষীয়ে গঢ়ি তুলিছে নিশ্চিদ্ৰ তালাচীৰ ব্যৱস্থা ৷ স্বাধীনতা দিৱসৰ পূৰ্বে সকলো ধৰনৰ কূটাঘাট ৰোধ কৰাৰ বাবে সকলো ধৰনৰ নিৰাপত্তামূলক ব্যৱস্থা হাতত লোৱাৰ লগতে বাটপথ সমুহত চলাচল কৰা যান বাহন সমুহতো তন্ন তন্নকৈ তালাচী চলাই আছে আৰক্ষীয়ে ৷ ইতিমধ্যে জিলাখনৰ সকলো অঞ্চলতে কঠোৰ কৰি তোলা হৈছে নিৰাপত্তামূলক ব্যৱস্থা ৷
বৰপেটা, ৯ আগষ্টঃ বৰপেটাত এটাৰ পিচত এটা জেহাদী গ্ৰেপ্তাৰক লৈ বৰপেটা আৰক্ষী প্ৰশাসনত সৃষ্টি হৈছে তুমুল চাঞ্চল্য ৷ স্বাধীনতা দিৱসক লৈয়ো চিন্তিত হৈ পৰিছে জিলা প্ৰশাসন ৷ বৰপেটাত স্বাধীনতা দিৱসৰ পূৰ্বে যাতে কোনো ধৰনৰ কূটাঘাতমূলক কাৰ্য সংঘটিত হব নোৱাৰে তাৰবাবে সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন ৷ ইতিমধ্যে জেহাদী প্ৰসংগই কপাই তোলা বৰপেটাত আজি ফ্লেগমাৰ্চ কৰে আৰক্ষীয়ে ৷ Body:আজি আবেলি বৰপেটাৰ হাউলীত আৰক্ষী, চিআৰপিএফ আৰু চিআইএছএফে যুটীয়াভাৱে ফ্লেগ মাৰ্চ কৰে ৷ হাউলী চহৰৰ মুল পথেৰে চলে এই ফ্লেগমাৰ্চ ৷ বৰপেটাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে নেতৃত্ব বহন কৰে ফ্লেগমাৰ্চৰ ৷
সমাগত স্বাধীনতা দিৱসক লৈ বৰপেটা আৰক্ষী প্ৰশাসন আৰু অৰ্ধসামৰিক বাহিনীৰ এই ফ্লেগমাৰ্চ ৷ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ লগতে ফ্লেগমাৰ্চৰ নেতৃত্বত থাকে চিআৰপিএফৰ কমাণ্ডেন্ট অজয় সিং আৰু চিআইএছএফৰ কমাণ্ডেন্টগৰাকী ৷ ইপিন জিলাখনৰ বিভিন্ন স্থানত আৰক্ষীয়ে গঢ়ি তুলিছে নিশ্চিদ্ৰ তালাচীৰ ব্যৱস্থা ৷ স্বাধীনতা দিৱসৰ পূৰ্বে সকলো ধৰনৰ কূটাঘাট ৰোধ কৰাৰ বাবে সকলো ধৰনৰ নিৰাপত্তামূলক ব্যৱস্থা হাতত লোৱাৰ লগতে বাট পথ সমুহত চলাচল কৰা যান বাহন সমুহতো তন্ন তন্নকৈ তালাচী চলাই আছে আৰক্ষীয়ে ৷ ইতিমধ্যে জিলাখনৰ সকলো অঞ্চলতে কঠোৰ কৰি তোলা হৈছে নিৰাপত্তামূলক ব্যৱস্থা ৷
Conclusion:-- বাপকন দাস, বৰপেটা