ETV Bharat / state

বজালীৰ বন্যাৰ্তৰ মাজত উপস্থিত হৈ কি কলে মন্ত্ৰী হিমন্তই?

বানাক্ৰান্তৰ খবৰ ল'বলৈ বজালীত উপস্থিত মন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা ৷ বান সমস্যা তথা কুৰিশ্বু বান্ধৰ ওপৰত মন্তব্য প্ৰকাশ মন্ত্ৰীজনৰ

বানাক্ৰান্তৰ মাজত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Jul 28, 2019, 7:05 PM IST

পাঠশালা, ২৮ জুলাইঃ

  • বানাক্ৰান্তৰ খবৰ ল'বলৈ বজালীত উপস্থিত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
  • বান সমস্যা তথা কুৰিশ্বু বান্ধৰ ওপৰত মন্তব্য মন্ত্ৰীজনৰ
  • শীঘ্ৰেই অসমৰ জৰাজীৰ্ণ বাট পথ আৰু মথাউৰি পুনৰ নিৰ্মাণ কৰিব বুলি ঘোষণা
    বানাক্ৰান্তৰ মাজত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
  • ৰাষ্ট্ৰীয় ঘাই পথৰ নিৰ্মাণ আৰু উন্নীত কৰাৰ বাবে টোল গেটৰ প্ৰয়োজন আছে বুলি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দ্বাৰা দাবী উত্থাপনৰ কথা সদৰি কৰে মন্ত্ৰী গৰাকীয়ে
  • শীঘ্ৰে উন্নীত কৰা হব পাঠশালাৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰ
  • ভূটানৰ কুৰিশ্বু বান্ধ এটা প্ৰাকৃতিক সমস্যা
  • ভাৰত চৰকাৰে কুৰিশ্বু বান্ধ নিৰ্মাণত ব্যয় কৰা বিভিন্ন অভিযোগৰ প্ৰত্যুত্তৰ
  • ভাৰত চৰকাৰে ব্যয় নকৰিলে চীনে ব্যয় কৰিৱ কুৰিশ্বু বান্ধত

Intro:Pathsala himanta Biswa sarma

বজালী ৰ বানাক্ৰান্ত ৰ খবৰ লবলৈ মন্ত্ৰী ড০ হিমন্ত বিস্ব শৰ্মা llBody:Pathsala himanta biswa sarma

পাঠশালা,২৮জুলাই: ভূটানৰ কুৰিছু বান্ধ এটা প্ৰাকৃতিক সমস্যা ll

ভাৰত চৰকাৰে কুৰিছু বান্ধ নিৰ্মাণ ত ব্যয় কৰা বিভিন্ন অভিযোগ ৰ প্ৰত্যুত্তৰ ll

ভাৰত চৰকাৰে ব্যয় নকৰিলে চীনে ব্যয় কৰিৱ কুৰিছু বান্ধত ll

নৱেম্বৰ মাহৰ পৰা অসমত দিয়া হব জাপানী এনকেফেলাইটিছ ৰ প্ৰতিষেধক ll

শীঘ্ৰেই অসমৰ জৰাজীৰ্ণ বাট পথ অাৰু মাথাউৰি পুণৰ নিৰ্মাণ কৰিৱ বুলি ঘোষণা ll

ৰাষ্ট্ৰীয় ঘাই পথৰ নিৰ্মাণ অাৰু উন্নীত কৰাৰ বাবে টোল গেট ৰ প্ৰয়োজন অাছে বুলি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দ্বাৰা দাবী উত্থাপন ৰ কথা সদৰি কৰে মন্ত্ৰী গৰাকী এ l

শীঘ্ৰেই উন্নীত কৰা হব পাঠশালা চৰকাৰী স্বাস্থ্য কেন্দ্ৰ ll

Conclusion:বাইট- হিমন্ত বিশ্ব শৰ্মা
ভিডিঅ'-৩
ফটো-১
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.