ETV Bharat / state

পহুমাৰা নৈৰ তাণ্ডৱত প্লাৱিত বজালীঃ নিশ্চিত বিপদৰ পৰা উদ্ধাৰ বন্যাৰ্ত - বৰপেটা জিলা আৰক্ষী

আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত এচ ডি আৰ এফ বাহিনী আৰু বৰপেটা জিলা আৰক্ষীয়ে নিশাৰ পৰা আজি পুৱালৈকে অভিযান চলাই দলৈ গাৱঁকে আদি কৰি বহু অঞ্চলৰ বন্যাৰ্তক উদ্ধাৰ কৰে ৷

নিশ্চিত বিপদৰ পৰা উদ্ধাৰ বন্যাৰ্ত
author img

By

Published : Jul 24, 2019, 11:52 AM IST

পাঠশালা, 24 জুলাই: মঙলবাৰে নিশা পাঠশালাত পহুমাৰা নৈৰ তাণ্ডৱত প্লাৱিত হৈ পৰে বজালীৰ উত্তৰ প্ৰান্তৰ নৈ পৰীয়া ৰাইজে৷ পূৱ কলৰ গুৰিত মাথাউৰি ভঙাৰ পৰিণতিত পহুমৰা নদীৰ বাঢ়নি পানীয়ে অঞ্চলটোৰ বহুলোকক বিপদত পেলোৱাৰ লগতে বহু লোকক বানত আৱদ্ধ হৈ পৰে ৷

নিশ্চিত বিপদৰ পৰা উদ্ধাৰ বন্যাৰ্ত

তেনে পৰিস্থিতত আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত এচ ডি আৰ এফ বাহিনী আৰু বৰপেটা জিলা আৰক্ষীয়ে নিশাৰ পৰা আজি পুৱালৈকে অভিযান চলাই দলৈ গাৱঁকে আদি কৰি বহু অঞ্চলৰ বন্যাৰ্তক উদ্ধাৰ কৰে ৷ প্ৰায় 15 টা শিশুকেসহ কেবাগৰাকী মহিলাকে ধৰি কিছু জীৱ-জন্তুকো উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলটোৱে ৷ দলটোৱে নিশা দুই বজালৈকে 36 জন লোকক আৰু পুৱালৈকে প্ৰায় 60 জন লোক উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে ৷ ইপিনে এনে বান পৰিস্থিতিত বজালী ৰাজহ চক্ৰৰ অন্তৰ্গত কঠালমুৰীঘাট,হলোঙবাৰী,চেঙলীমাৰা আৰু কলগুৰী,লগতে বন্ধ সিধনী, হকাৰ টুপ আদি গাঁৱত বাঢ়নি পানীত আবদ্ধ হৈ থকা লোকক উদ্ধাৰৰ কৰিবৰ বাবে বৰপেটা জিলা প্ৰশাসনে সেনা বাহিনীৰো সহায় লৈছে। আনহাতে বানত প্ৰায় 300 লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। এই বন্যাৰ্তৰ উদ্ধাৰ অভিযানত জিলা আৰক্ষী আয়ুক্ত সমীৰণ বৈশ্য ,বজালী মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি কুমাৰ বৰা,পাঠশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন ৰাউত,সূৰ্য বৰা উপস্থিত থাকে ৷

Intro: Pathsala flood sdrf police recovered

পহুমাৰা নৈৰ তাণ্ডৱত প্লাৱিত বজালী ll

নিশা আৰক্ষী অাৰু Sdrf এ উদ্ধাৰ কৰিলে প্ৰায় 60 জন বানাক্ৰান্ত ক ll

নিশাৰ পৰা ৰাতি পুৱা লৈ উদ্ধাৰ অভিযান ll

15 টা শিশু সহ মহিলা উদ্ধাৰ ll

নিশ্চিত বিপদৰ পৰা উদ্ধাৰ ll

আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত উদ্ধাৰ অভিযান ll
Body:Pathsala flood Sdrf police recorvered

পাঠশালা,২৪জুলাই: অভিযানত উপস্থিত থাকে বৰপেটা জিলাৰ DSP সমীৰণ সৈন্য, বজালী মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি কুমাৰ বৰা, পাঠশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন ৰাউত, সূৰ্য বৰা আৰু ETV BHARAT ASSAM ৰ স্থানীয় সংবাদদাতা ডিম্পল তালুকদাৰ

পহুমৰা নদীৰ তাণ্ডৱ ৰ পৰিনতিত বজালী উত্তৰ প্ৰান্তৰ নৈ পৰীয়া ৰাইজে কালি ৰ পৰা কটাইছে দুৰ্বিসহ জীৱন l কালি সন্ধিয়া পহুমৰা নদীৰ বাঢ়নি পানী এ পূব কলৰ গুৰি ত মাথাউৰি ভঙাৰ পৰিনতিত থিতাতে বহু লোক বিপদত পৰে l ভয়ংকৰ পৰিস্থিতিত বহু লোক বানত আৱদ্ধ হৈ পৰে l তেনে পৰিস্থিতিত Sdrf অাৰু বৰপেটা জিলা আৰক্ষী এ নিশা ৰ পৰা ৰাতিপুৱা লৈ অভিযান চলাই দলৈ গাৱ কে আদি কৰি উক্ত অঞ্চলৰ বন্যাৰতক উদ্ধাৰ কৰে l প্ৰায় 15 টা শিশুকে আদি কৰি মহিলা ও উদ্ধাৰ কৰে দল টু এ l নিশা দুই বজালৈকে 36 জন লোকক উদ্ধাৰ কৰিছিল অাৰু ৰাতি পূৱলৈ প্ৰায় 60 জন লোক উদ্ধাৰ কৰেl লগতে কিছু জীব জন্তু ও উদ্ধাৰ কৰে দল তো এ lদলটোৰ নেতৃত্ব দি এ আৰক্ষী বিষয়া সমীৰণ বৈশ্য ই l এনে বানৰ পৰিস্থিতিত
বজালী ৰাজহ চক্ৰৰ অন্তৰ্গত কঠালমুৰীঘাট, হলোঙবাৰী, চেঙলীমাৰা আৰু কলগুৰী, লগতে বন্ধ সিধনী, হকাৰ টুপ আদি গাওঁত পানীত আবদ্ধ লোকক উদ্ধাৰৰ বাবে বৰপেটা জিলা প্ৰশাসনে সেনা বাহিনীৰ ও সহায় লৈছে।
প্ৰায় ৩০০ লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।

Conclusion:বাইট- সমীৰণ বৈশ্য
ভিডিঅ' -৪
ফটো- ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.