ETV Bharat / state

লক ডাউনত দুৰ্যোগৰ সন্মুখীন পাঠশালাৰ ঢোল নিৰ্মাতাসকল - পাঠশালাৰ ঢোল নিৰ্মাতা বাতৰি

প্ৰতিবছৰে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ বিহু দলৰ ঢোল চিলাই কৰাৰ লগতে ঢোল বিক্ৰী কৰি জীৱিকা উপাৰ্জন কৰিছিল ঢোল নিৰ্মাতা অভি দাসে ৷ কিন্তু লক ডাউনৰ বাবে নিৰ্মান কৰা ঢোলসমূহ বিক্ৰী কৰিব নোৱাৰাৰ ফলত দোকানৰ ভাড়াৰ লগতে পৰিয়াল পোহপাল দিয়াটো তেঁওৰ বাবে কঠিন হৈ পৰিছে ৷

Pathsala Dhol makers crisis
লক ডাউনত দুৰ্যোগৰ সন্মুখীন পাঠশালাৰ ঢোল নিৰ্মাতাসকল
author img

By

Published : Apr 17, 2020, 3:48 PM IST

পাঠাশালা,17 এপ্ৰিলঃ লক ডাউনৰ বাবে এইবেলি ম্লান পৰিল অসমীয়াৰ বাপতি সাহোন ৰঙালীৰ আনন্দ ৷ যাৰ বাবে এতিয়া দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হৈছে পাঠশালাৰ পশ্চিম পট্টি ৰাজকুমাৰ বাদ্যভাণ্ডাৰ ঢোল চিলাই আৰু বিক্ৰী প্ৰতিষ্ঠান ৷ ঢোল চিলাই অবিহনে গুদামতে পৰি ৰৈছে ঢোলসমূহ ৷ প্ৰায় 2 লাখ টকা সূতত লৈ ৰঙালীৰ বাবে প্ৰস্তত কৰিবলগীয়া ঢোলসমূহ এনেদৰে পৰি থকাৰ ফলত তীব্ৰ সমস্যাত পৰিছে ঢোল নিৰ্মাতা অভি দাস ৷

লক ডাউনত দুৰ্যোগৰ সন্মুখীন পাঠশালাৰ ঢোল নিৰ্মাতাসকল

উল্লেখ্য যে, প্ৰতিবছৰে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ বিহু দলৰ ঢোল চিলাই কৰাৰ লগতে ঢোল বিক্ৰী কৰি জীৱিকা উপাৰ্জন কৰিছিল ঢোল নিৰ্মাতা অভি দাসে ৷ কিন্তু লক ডাউনৰ বাবে নিৰ্মাণ কৰা ঢোলসমূহ বিক্ৰী কৰিব নোৱাৰাৰ ফলত দোকানৰ ভাড়াৰ লগতে পৰিয়াল পোহপাল দিয়াটো তেওঁৰ বাবে কঠিন হৈ পৰিছে ৷ সেয়েহে তেখেতে দুৰ্যোগৰ এই সময়ত এনেবোৰ শিল্পীক আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত বিষয়টো দৃষ্টিগোচৰ কৰে AJYCPৰ সভাপতি বজালী জিলা সমিতিৰ সভাপতি মৃদুল তালুকদাৰে ৷

লগতে পঢ়ক-লক ডাউনৰ বাবে গোলাঘাটত নষ্ট বহু হাজাৰ বিঘা কৃষিভূমি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.