ETV Bharat / state

চিলিণ্ডাৰ বিস্ফোৰণত আহত পাঠশালাৰ মিঠুনঃ অসহায় পৰিয়াল

দুৰ্ভগীয়া পৰিয়ালটোক পাঠশালাৰ সমাজসেৱী গিৰিধৰ চৌধুৰীয়ে 10 হাজাৰ টকাৰে সহায় আগবঢ়ায় যদিও মিঠুনক সুস্থ কৰি তুলিবলৈ পৰিয়ালটোক প্ৰয়োজন হৈছে অধিক ধনৰ । যাৰ বাবে যুৱকজনৰ পৰিয়ালে ৰাইজৰ পৰা বিচাৰিছে সহায় ।

আপোনাৰ সহায়ে বচাব পাৰে পাঠশালাৰ এজন যুৱকৰ জীৱন
author img

By

Published : Jun 13, 2019, 9:39 PM IST

পাঠশালা,১৩জুন: পাঠশালাত চিলিণ্ডাৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত হোৱা মিঠুন ৰয়ৰ সংকটজনক অৱস্থা । মিঠুনক সুস্থ কৰি তুলিবলৈ যুৱকজনৰ পৰিয়ালে ৰাইজৰ পৰা বিচাৰিছে সহায় ।

ঘটনা অনুসৰি, ১০ দিন পূৰ্বে মিঠুন ৰয়ে নিজ কন্যাৰ জন্মদিনৰ নিমন্ত্ৰণ দিবলৈ গৈছিল ওচৰৰে এঘৰত । কিন্তু নিমন্ত্ৰণ দিবলৈ যোৱা পৰিয়ালটোৰ ঘৰত চিলিণ্ডাৰ বিস্ফোৰণ হৈ এটি কণমানি আবদ্ধ হৈ পৰিছিল জুইৰ মাজত । অগ্নিদগ্ধ হোৱা ঘৰটোৰ ভিতৰৰ পৰা মিঠুনে কণমানিটোক উদ্ধাৰ কৰিবলৈ ভিতৰলৈ গৈছিল । এই ঘটনাত কণমানিটোক সুস্থভাৱে ঘৰৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছিল যদিও বিস্ফোৰণত মিঠুনৰ দেহৰ প্ৰায় 36শতাংশই দগ্ধ হ'বলগীয়া হৈছিল । ঘটনা সংঘটিত হোৱাৰ লগে-লগে মিঠুনক ভৰ্তি কৰা হৈছিল জি.এম.চি.এইচত । কিন্তু জি.এম.চি.এইচ কৰ্তৃপক্ষই চিকিৎসাৰ পৰিৱৰ্তে মিঠুন ৰয়ক বাৰাণ্ডাতে পেলাই থয় । যাৰ বাবে পৰিয়ালটিৱে গুৱাহাটীৰ নেমকেয়াৰ হস্পাতালৰ কাষ চাপিবলৈ বাধ্য হয় । ইতিমধ্যে নেমকেয়াৰ কৰ্তৃপক্ষই মিঠুন ৰয়ক পৰ্যাপ্ত সহায় আগবঢ়ায় যদিও আৰ্থিক অনাটনৰ বাবে বুধবাৰে মিঠুনক ঘৰলৈ আনিবলগীয়া হয় । কিন্তু ঘৰলৈ অনাৰ পাছতেই অধিক অসুস্থ হৈ পৰে । যাৰ বাবে বৃহস্পতিবাৰে যুৱকজনক পুনৰ ভৰ্তি কৰা হয় নেমকেয়াৰ হাস্পাতলত ।

আপোনাৰ সহায়ে বচাব পাৰে পাঠশালাৰ এজন যুৱকৰ জীৱন

দুৰ্ভগীয়া পৰিয়ালটোক পাঠশালাৰ সমাজসেৱী গিৰিধৰ চৌধুৰীয়ে 10 হাজাৰ টকাৰে সহায় আগবঢ়ায় যদিও মিঠুনক সুস্থ কৰি তুলিবলৈ পৰিয়ালটোক প্ৰয়োজন হৈছে অধিক ধনৰ । যাৰ বাবে যুৱকজনৰ পৰিয়ালে ৰাইজৰ পৰা বিচাৰিছে সহায় । এতিয়া আপোনালোকৰ সামান্য সহায়ে ৰক্ষা কৰিব পাৰে মিঠুনৰ জীৱন । মিঠুনৰ সহায়ৰ বাবে আগবঢ়োৱা হৈছে একাউন্ট নম্বৰ-Bank name- canara bank pathsala branch AC-1755108011109, IFSC CODE-CNRB000175510 ।

Intro:Pathsala Cylinder Blast

পাঠশালাত দুৰ্ভগীয়া পৰিয়ালৰ কৰুন কাহিনী ll

চিলিণ্ডাৰ বিস্ফোৰণত গুৰুতৰ ভাৱে আহত দুৰ্ভগীয়া যুবক ll

Gmch ৰ চৰম গাফিলতি ll

দুবছৰীয়া কনমানিক বচাবলৈ গৈ চিলিণ্ডাৰ বিস্ফোৰণ ত আহত হৈছিল মিঠুন ৰয় ll

Body:Pathsala Cylinder Blast

১৩,জুন, পাঠশালা: নিজৰ এবছৰীয়া কণ্যাৰ জন্ম দিনৰ নিমন্ত্ৰণ দিৱলৈ গৈ এটা পৰিয়ালৰ আন এটা 2 বছৰীয়া কণমানি ক চিলিণ্ডাৰ বিস্ফোৰণ ৰ পৰা বচাবলৈ গৈ যুবক জন নিজেই বিস্ফোৰণ ত আক্ৰান্ত হৈ এতিয়া যূজি অাছে মৃত্যুৰ সতে ll gmch ৰ অবজ্ঞা ত চিকিৎসা অবিহনে namecare ত চিকিৎসা ধিন দুৰ্ভগীয়া যুবক aaru পৰিয়াল তোৰ এতিয়া কি দুৰাৱস্থা হৈছে সেই সন্দৰ্ভত আমাৰ এক report...

১০ দিন পূৰ্বে নিজৰ এবছৰীয়া কণ্যাৰ জন্ম দিনৰ নিমন্ত্ৰণ দিৱলৈ মিঠুন ৰয় নামৰ যুবক গৰাকী গৈছিল ওচৰ চুবুৰীয়া ৰ পৰিয়াল লৈ l তেনে ক্ষণতে ওছৰৰ এটা পৰিয়ালৰ ঘৰৰ চিলিণ্ডাৰ লিক হোৱাত এটা দুই বছৰীয়া সন্তানৰ জীবন বচাবলৈ চিঞৰিছিল aaru জন্ম দিন ত নিমন্ত্ৰণ দিৱলৈ যোৱা মিঠুন ৰয়ে সেই সন্তান তো বচাবলৈ গৈ নিজেই চিলিণ্ডাৰ বিস্ফোৰণ ত গুৰুতৰ ভাৱে আক্ৰান্ত হৈছিল l

ইয়াৰ পিছতেই পাঠশালা ৰ পদ পথত মোমো বিক্ৰী কৰি জীবন নিৰ্বাহ কৰা দুখীয়া পৰিয়ালৰ মিঠুন ৰয় ক gmch লৈ চিকিৎসাৰ বাবে নিয়া হৈছিল যদিও gmch কৰ্তৃপক্ষই চিকিৎসাৰ পৰিৱৰ্তে মিঠুন ৰয় ক বাৰাণ্ডাত কুকুৰ মেকুৰীৰ দৰে পেলাই থৈছিল l পৰিনতিত দুখীয়া পৰিয়াল তো বাধ্য হৈ গুৱাহাটী ৰ nemcare হস্পাতালৰ কাষ চাপিছিল l

ইতিমধ্যে namecare কৰ্তৃপক্ষই মিঠুন ৰয় সৰ্ব্বতো প্ৰকাৰে সহায় আগবঢ়াই যদিও আৰ্থিক বিপত্তি ত পৰি কালি 36,% দগ্ধ মিঠুন ক পৰিয়ালৰ লোকে পাঠশালাৰ ঘৰলৈ লৈ আহে l কিন্তু কালি নিশা ৰ পৰা অাজি পূৱালৈ মিঠুন ৰ আৰ্ত্তনাদ সহিব নোৱাৰি মিঠুন ক্ পুনৰ গুৱাহাটী namecare লৈ নিয়া হয় l কিন্তু গুৱাহাটী লৈ গাড়ীৰে নিবলৈ সামৰ্থ্য নথকা দুখীয়া পৰিয়াল তোক ততাতৈয়াকৈ পাঠশালা ৰ সমাজসেৱি গিৰিধৰ চৌধুৰী এ 10 হাজাৰ টকা আগবঢ়াই সহায় কৰাৰ লগতে ৰাইজক সহায় ৰ আহ্বান জনায় l তেওঁৰ দুৰ্ভগীয়া পত্নী এ ও এতিয়া ৰাইজৰ সহায় ভিক্ষা মাগিছে l
স্বাভাৱিকতে ই কিছু সময় ৰ ভিতৰতে এটা সুখী পৰিয়াল লৈ নামি আহিছে দুৰ্যোগ l এতিয়া আপোনালোকৰ সামান্য সহায়এ ৰক্ষা কৰিৱ পাৰে মিঠুন ৰয় ৰ জীবন l পৰিয়াল টোলৈ ঘূৰাই aanib পাৰে হেৰুৱা হাঁহি l

Bank name- canara bank pathsala branch
AC-1755108011109
IFSC CODE-CNRB0001755

10 দিন পূৰ্বে হৈছিল এই ঘটনা ll
চিকিৎসাৰ বাবে যোৱা মিঠুন ক চিকিৎসাৰ নকৰি gmc ৰ বাৰাণ্ডাত কুকুৰ মেকুৰীৰ দৰে পেলাই থৈছিল কৰ্তৃপক্ষই ll

দুৰ্ভগীয়া পৰিয়াল টো উপস্থিত হৈছিল নেমকেয়াৰ হাস্পতালত ll

কৰ্তৃপক্ষই দিছিল সকলো সুবিধা ll

কিন্তু টকাৰ অভাৱত 36% দগ্ধ মিঠুন ক কালি নিশা পাঠশালা লৈ ওভতাই আনিছিল ll

কিন্তু মিথুনৰ আৰ্ত্তনাদ সহিব নোৱাৰি অাজি দুখীয়া পৰিয়াল টু এ পুনৰ মিঠুন ক নিছে নেমকেয়াৰ লৈ ll

মিঠুনে পাঠশালা ৰ পদ পথত মোমো বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিল l

পাঠশালা ৰ সমাজসেৱি গিৰিধৰ চৌধুৰী এ ১০ হাজাৰ টকা দি অাজি পৰিয়াল টোক গুৱাহাটী যোৱাত সহায় কৰে ll

এতিয়া মিথুনৰ জীৱন বচাবলৈ প্ৰয়োজন ৰাইজৰ আৰ্থিক সহায় ৰ llConclusion:বাইট-১, মিথুনৰ পত্নী
বাইট-২, গিৰিধৰ চৌধুৰী, বিশিষ্ট সমাজকৰ্মী
বাইট-৩ মিথুনৰ দাদা
ভিডিঅ'-৫
ফটো-১

ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি
ফোন-৮৬৩৮০৬৬১৬৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.