ETV Bharat / state

ক্ষুব্ধ ৰাইজৰ প্ৰতিবাদঃ ৰ'দত বহুৱাই থ'লে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক

পাঠশালাত অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত আছুৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে ৷  ৰ'দত বহুৱাই থ'লে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক ৷

author img

By

Published : Aug 8, 2019, 10:28 PM IST

ক্ষুব্ধ ৰাইজৰ প্ৰতিবাদঃ ৰ'দত বহুৱাই থ'লে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক

পাঠশালা, 8 আগষ্টঃ অনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ শিক্ষানগৰী পাঠশালাৰ একাংশ ৰাইজে বৃহস্পতিবাৰে পাঠশালাৰ বিদ্যুত বিভাগৰ উপ সংমণ্ডলৰ কাৰ্যালয়টো ঘেৰাও কৰে ৷ পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আছু গোট আৰু ৰাইজে মিলি তলা ওলমাই দিয়ে কাৰ্যালয়টোত । ক্ষুব্ধ ৰাইজে কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীক ৰ'দত বহুৱাই ৰাখি নিজৰ ক্ষোভ প্ৰকাশ কৰে ৷ আছুৰ অভিযোগ কাৰ্যালয়টোৰ কৰ্মচাৰীৰ নাই কোনো কৰ্মসংস্কৃতি ৷

Intro:Pathsala ASEB

পাঠশালা ত বিদ্যুত বিভাগৰ পৰিৱৰ্তন ৰ সংস্কাৰ ll

পাঠশালা ত এতিয়া বিদ্যুত নাযায় ll

মাজে মাজে আহে আহে হে ll

পৰিনতিত প্ৰতিবাদ অাৰু উত্তপ্ত পৰিস্থিতি llBody:Pathsala ASEB

পাঠশালা,৮ আগষ্ট: পৰিৱৰ্তন ৰ শ্লোগান আওঁৰাই বিজেপি চৰকাৰে 24 ঘণ্টা বিদ্যুত যোগানৰ লগতে বিদ্যুত নোযোৱাৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া কৰাত যেন পাঠশালা ত কাৰ্যত কৰাত চৰকাৰ সফল হৈছে l কাৰণ এই উত্কট গৰম দিনত ও সকলো য্ন্ত্ৰণা কাতৰ অবস্থাত থকা সময়ত ও পাঠশালাত অাজি কালি বিদ্যুত নাপায় l পৰিৱৰ্তে মাজে মাজে বিদ্যুত আঁহে হে l তাৰেই পৰিনতিত অাজি
শিক্ষানগৰী পাঠশালাৰ বিদ্যুত বিভাগৰ উপ সংমণ্ডলত উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় ।।
বিদ্যুত বিভাগৰ কাৰ্য্যালয়ত পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগ, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আছু গোট আৰু ৰাইজে মিলি তলা ওলমাই দিয়ে ।।
আনকি বিদ্যুত বিভাগৰ বিষয়া কৰ্মচাৰীক ৰ'দত বহুৱাই ৰাখিলে ক্ষুব্ধ ৰাইজে।।
বিদ্যুত যোগান ধৰাত ব্যৰ্থ হোৱাৰ বাবে এই প্ৰতিবাদ ৰাইজৰ।। সেয়েহে পাঠশালা বাসী ৰাইজক পৰিত্ৰাণ দিৱলৈ শীঘ্ৰেই বিদ্যুত যোগান ধৰিবলৈ প্ৰতিবাদী সকলে অাজি দাবি উত্থাপন কৰে যাতে আহি সোনকালে বিদ্যুত যাব নোৱাৰে l

Conclusion:বাইট-১
ভিডিঅ'-৫
ফটো-১

ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.