ETV Bharat / state

পূজাৰ সমান্তৰালকৈ ৰাজ্যত কৰ্মবিৰতি কাৰ্যসূচী - পঞ্চায়ত আৰু গ্ৰামোন্নয়ন

নিজৰ জীৱন আৰু চাকৰিৰ নিৰাপত্তাহীনতাত ভোগা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে ৫ দিনীয়াকৈ ৰাজ্যজুৰি পালন কৰিছে কৰ্মবিৰতি । বৰপেটা জিলাৰ বৰবাৰাদি, বৰপেটা, ভৱানীপুৰ, সৰভোগৰ চৰচকা, চেঙা উন্নয়নখণ্ড কাৰ্যালয়ত ঠিকাভিত্তিত নিয়োজিত কৰ্মচাৰীসকলে মঙলবাৰৰ পৰা পালন কৰে কৰ্মবিৰতি

পূজাৰ সমান্তৰালকৈ ৰাজ্যত কৰ্মবিৰতি কাৰ্যসূচী
author img

By

Published : Oct 3, 2019, 7:32 PM IST

বৰপেটা, ৩ অক্টোবৰঃ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৰাজ্য চৰকাৰে ঠিকাভিত্তিত নিযুক্তি দিয়া কৰ্মচাৰীসকলে মঙলবাৰৰ পৰা ৰাজ্যজুৰি পালন কৰে পাঁচদিনীয়া কৰ্মবিৰতি ৷ ২০০৮ চনত ৰাজ্য চৰকাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৮৬২০ জন কৰ্মচাৰীক ঠিকাভিত্তিত নিযুক্তি দিছিল ৷ পিছে ঠিকাভিত্তিত নিযুক্ত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰনৰ নামত চৰকাৰে বৰ্তমানলৈকে গ্ৰহণ নকৰিলে কোনো ব্যৱস্থা ৷ নিজৰ জীৱন আৰু চাকৰিৰ নিৰাপত্তাহীনতাত ভোগা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে ৫ দিনীয়াকৈ ৰাজ্যজুৰি পালন কৰিছে কৰ্মবিৰতি । বৰপেটা জিলাৰ বৰবাৰাদি, বৰপেটা, ভৱানীপুৰ, সৰভোগৰ চৰচকা, চেঙা উন্নয়নখণ্ড কাৰ্যালয়ত ঠিকাভিত্তিত নিয়োজিত কৰ্মচাৰীসকলে মঙলবাৰৰ পৰা পালন কৰে কৰ্মবিৰতি ৷ ৰাজ্যজুৰি পালন কৰা কৰ্মবিৰতিৰ জৰিয়তে পঞ্চায়তত কৰ্মৰত কৰ্মচাৰীসকলৰ চাকৰি সুনিশ্চিত কৰাৰ লগতে চাকৰি নিয়মীয়াকৰন কৰা, চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে নিয়মীয়া কৰ্মচাৰীসকলক সমহাৰত বেতন দিয়া, নিয়মীয়া কৰ্মচাৰীসকলে চৰকাৰৰ পৰা পোৱা সকলো সা-সুবিধা প্ৰদানৰ দাবীত কৰ্মবিৰতি পালন কৰে ৷ কৰ্মচাৰীসকলৰ এই কৰ্মবিৰতিৰ ফলত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কামকাজ স্থবিৰ হৈ পৰিছে ।

পূজাৰ সমান্তৰালকৈ ৰাজ্যত কৰ্মবিৰতি কাৰ্যসূচী

আনহাতে, নলবাৰীতো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীয়ে সাতদিনীয়াকৈ পালন কৰে কৰ্মবিৰতি । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদ,অসমৰ উদ্যোগত ৰূপায়িত এই প্ৰতিবাদী কাৰ্য্যসূচী নলবাৰীৰ জিলা পৰিষদৰ কাৰ্যালয়ত ৰূপায়ণ কৰা হয় । চাকৰি সুনিশ্চিত কৰণৰ লগতে নিয়মীয়াকৰণ,চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে নিয়মীয়া কৰ্মচাৰী সকলে লাভ কৰা দৰমহাৰ সমহাৰত দৰমহা প্ৰদান আদি বিভিন্ন দাবীৰ সমৰ্থনত কৰ্মচাৰী সকলে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।

লগতে পঢ়কঃ ক'লৈ যাব শ্বিলং নে ভূটান? গুৱাহাটীত সহজলভ্য প্ৰি-প্ৰেইড টেক্সী

Intro:
বৰপেটা, ৩ অক্টোবৰঃ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৰাজ্য চৰকাৰে ঠিকাভিত্তিত নিযুক্তি দিয়া কৰ্মচাৰীসকলে মঙলবাৰৰ পৰা ৰাজ্যজুৰি পালন কৰিছে পাঁচদিনীয়া কৰ্মবিৰতি ৷ ২০০৮ চনত ৰাজ্য চৰকাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৮৬২০ জন কৰ্মচাৰীক ঠিকাভিত্তিত নিযুক্তি দিছিল ৷ পিছে ঠিকাভিত্তিত নিযুক্ত কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰনৰ নামত চৰকাৰে আজিলৈকে গ্ৰহন নকৰিলে কোনো ব্যৱস্থা ৷ Body:নিজৰ জীৱন আৰু চাকৰিৰ নিৰাপত্তাহীনতাত ভোগা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে ৫ দিনীয়াকৈ ৰাজ্যজুৰি পালন কৰিছে কৰ্ম বিৰতি । বৰপেটা জিলাৰ বৰবাৰাদি, বৰপেটা, ভৱানীপুৰ, সৰভোগৰ চৰচকা, চেঙা উন্নয়নখণ্ড কাৰ্যালয়ত ঠিকাভিত্তিত নিয়োজিত কৰ্মচাৰীসকলে মঙলবাৰৰ পৰা পালন কৰে কৰ্মবিৰতি ৷ ৰাজ্যজুৰি পালন কৰা কৰ্মবিৰতিৰ জৰিয়তে পঞ্চায়তত কৰ্মৰত কৰ্মচাৰীসকলৰ চাকৰি সুনিশ্চিত কৰাৰ লগতে নিয়মীয়াকৰন কৰা, চাকৰি নিয়মীয়া কৰণ নোহোৱালৈকে নিয়মীয়া কৰ্মচাৰীসকলে পোৱা বেতনৰ সমহাৰত বেতন দিয়া, নিয়মীয়া কৰ্মচাৰীসকলে চৰকাৰৰ পৰা পোৱা সকলো সা সুবিধা প্ৰদানৰ দাবীত কৰ্মবিৰতি পালন কৰে ৷ কৰ্মচাৰীসকলৰ এই কৰ্মবিৰতিৰ ফলত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কামকাজ কিছুপৰিমানে স্থবিৰ হৈ পৰিছে ।

Conclusion:বাইটঃ প্ৰতিবাদকাৰী ঠিকাভিত্তিত নিয়েজিত পঞ্চায়ত কৰ্মচাৰী ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.