ETV Bharat / state

জাপানীজ এনকেফেলাইটিছত মৃত্যু এজনৰ

মৃত ব্যক্তিগৰাকীৰ নাম আয়ুব খান

জাপানীজ এনকেফেলাইটিছত মৃত্যু এজনৰ
author img

By

Published : Jul 28, 2019, 3:18 PM IST

  • কলগাছিয়াৰ বালাৰপাথাৰত জাপানীজ এনকেফেলাইটিছত এজনৰ মৃত্যু
  • মৃত ব্যক্তিগৰাকীৰ নাম আয়ুব খান
  • প্ৰচণ্ড জ্বৰত আক্ৰান্ত হৈ আছিল ব্যক্তিগৰাকী
    জাপানীজ এনকেফেলাইটিছত মৃত্যু এজনৰ
  • বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতালত মৃত্যুৰ সৈতে যুঁজি আছিল আয়ুব খান
  • আজি নিজ গৃহত শেষকৃত্য সম্পন্ন কৰা হয় আয়ুব খানৰ

  • কলগাছিয়াৰ বালাৰপাথাৰত জাপানীজ এনকেফেলাইটিছত এজনৰ মৃত্যু
  • মৃত ব্যক্তিগৰাকীৰ নাম আয়ুব খান
  • প্ৰচণ্ড জ্বৰত আক্ৰান্ত হৈ আছিল ব্যক্তিগৰাকী
    জাপানীজ এনকেফেলাইটিছত মৃত্যু এজনৰ
  • বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতালত মৃত্যুৰ সৈতে যুঁজি আছিল আয়ুব খান
  • আজি নিজ গৃহত শেষকৃত্য সম্পন্ন কৰা হয় আয়ুব খানৰ
Intro:slug: as_jania_28jul_japanese_encephalitis_death_one_vis1+byt2_spl_pkg_asc10058

জনীয়া, ২৮ জুলাই: কলগাছিয়াৰ বালাৰপাথাৰত জাপানীজ এনকেফেলাইটিছ ৰোগত এজনৰ মৃত্যু । মৃত্যু ব্যাক্তি গৰাকীৰ নাম আয়ুব খান।Body:slug: as_jania_28jul_japanese_encephalitis_death_one_vis1+byt2_spl_pkg_asc10058

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপাথাৰ গাঁৱৰ আব্দুল কৰিম খানৰ পুত্ৰ আয়ুব খানে কিছুদিন ধৰি প্ৰচণ্ড জ্বৰত আক্ৰান্ত হৈ বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হস্পিটালত মৃত্যুৰ সৈতে যুঁজি আছিল । চিকিৎসকে জাপানীজ এনকেফেলাইটিছ ৰোগ হোৱা বুলি নিশ্চিত হোৱাৰ পিছত দেওবাৰে পুৱাৰ ভাগত অকাল মৃত্যুক সাবটি লব লগা হয় আয়ুব খান নামৰ লোকজনে। মৃত্যু ব্যাক্তি জনক আজি নিজ গৃহত শেষকৃত্য সম্পন্ন কৰা হয় যদিও লোকজনৰ অকাল মৃত্যুত পৰিয়ালৰ লোকে কান্দোনত ভাগি পৰিছে ।Conclusion:slug: as_jania_28jul_japanese_encephalitis_death_one_vis1+byt2_spl_pkg_asc10058

বাইট: আত্মীয়ৰ মন্তব্য ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.