ETV Bharat / state

পাঁচ মাহৰ দৰমহাৰ পৰা বঞ্চিত বৰপেটাৰ অংগনবাড়ী কৰ্মীৰ

বৰপেটাৰ সমাজ কল্যাণ বিভাগৰ বহু কৰ্মীয়ে লাভ কৰা নাই পাঁচ মাহ পৰ্যন্ত দৰমহা ৷ ২০১৮ চনৰ অক্টোবৰ মাহৰ পৰা এই অংগনবাড়ী কৰ্মীসকল বঞ্চিত হৈ আছে মাহেকীয়া প্ৰাপ্য দৰমহাৰ পৰা ৷

author img

By

Published : Jul 24, 2019, 1:22 AM IST

পাঁচ মাহৰ দৰমহাৰ পৰা বঞ্চিত বৰপেটাৰ অংগনবাড়ী কৰ্মীৰ

বৰপেটা, ২২ জুলাইঃ বৰপেটাৰ সমাজ কল্যাণ বিভাগৰ বহু কৰ্মীয়ে লাভ কৰা নাই পাঁচ মাহৰ দৰমহা ৷ ২০১৮ চনৰ অক্টোবৰ মাহৰ পৰা এইসকল অংগনবাড়ী কৰ্মী বঞ্চিত হৈ আহিছে মাহেকীয়া প্ৰাপ্য দৰমহাৰ পৰা ৷ আনকি এইসকল অংগনবাড়ী কৰ্মীৰ দৰমহাৰ ধন মোকলাই দিবৰ বাবে বৰপেটা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীয়ে ৷ আনকি দৰমহা দিয়াৰ নামত এহেজাৰ টকাকৈ উৎকোচো লৈছিল ৷ লক্ষ্যণীয়ভাৱে অংগনবাড়ী সন্থাৰ বিষয়ববীয়াৰ জৰিয়তে দৰমহাৰ বাবদ প্ৰতিজনৰ পৰা এহেজাৰ আৰু প্ৰাপ্য ধন উলিয়াই দিয়াৰ নামত প্ৰতিটো অংগনবাড়ী কেন্দ্ৰৰ পৰা টকা আদায় কৰিছিল ৷

তথাপিও মাহেকীয়া দৰমহাৰ ধন লাভ কৰিব সক্ষম নহ'ল কৰ্মচাৰী সকল ৷ আনকি লাভ নকৰিলে প্ৰাপ্য ধন ৷ উৎকোচ আদায় দিয়াৰ পিচতো দৰমহাৰ ধন লাভ নকৰা ঘটনাকলৈ ক্ষোভিত হৈ পৰিছে বৰপেটাৰ এইসকল অংগনবাড়ী কৰ্মী ৷ শূন্য সহনশীলতাৰ কথা কোৱা ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে মাহেকীয়া প্ৰাপ্য দৰমহাৰ ধনকেইটা মুকলি কৰি দিয়াৰ নামতো উৎকোচ লোৱাৰ কথাই যেন উদঙাই দিছে ৰাজ্যৰ প্ৰকৃত ছবি ৷ দৰমহাৰ নামতো উৎকোচৰ বেহা চলি থকা বৰপেটাৰ সমাজ কল্যাণ বিভাগৰ এই অনিয়মৰ সম্পৰ্কত কিবা ব্যৱস্থা ল'বনে বিভাগীয় মন্ত্ৰীয়ে ৷ বিভাগীয় মন্ত্ৰীৰ তৎপৰতাই সূচাব আছলতে দুৰ্নীতিৰ বিৰুদ্ধে কিমান শূণ্য়সহনশীল ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল চৰকাৰ ৷

Intro:

বৰপেটা, ২২ জুলাইঃ বৰপেটাৰ সমাজ কল্যাণ বিভাগৰ বহু কৰ্মীয়ে লাভ কৰা নাই ১০ মাহৰ দৰমহা ৷ ২০১৮ চনৰ অক্টোবৰ মাহৰ পৰা এইসকল অংগনবাডী কৰ্মী বঞ্চিত হৈ আহিছে মাহেকীয়া প্ৰাপ্য দৰমহাৰ পৰা ৷ ইপিনে দৰমহাৰ বাবে হামৰাও কাঢ়ি ফুৰা এইসকল অংগনবাডী কৰ্মীৰ দৰমহাৰ ধন মোকলাই দিবৰ বাবে বৰপেটা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীয়ে আনকি এহেজাৰ টকাকৈ উৎকোচো লৈছিল ৷ Body:লক্ষ্যনীয়ভাৱে অংগনবাডী সন্থাৰ বিষয়ববীয়াৰ জৰিয়তে দৰমহাৰ বাবদ প্ৰতিজনৰ পৰা এহেজাৰ আৰু বকেয়াৰ ধন উলিয়াই দিয়াৰ নামত প্ৰতিটো অংগনবাডী কেন্দ্ৰৰ পৰা টকা আদায় কৰিছিল ৷ ট্ৰেজাৰীৰ পৰা দৰমহাৰ ধন মোকলাই অনাৰ নামত অংগনবাডী কৰ্মীৰ পৰা এহেজাৰকৈ টকা লোৱাৰ পিচতো কিন্তু আজিলৈকে বৰপেটাৰ এইসকল অংগনবাডী কৰ্মীয়ে লাভ কৰিবলৈ সক্ষম নহ'ল দৰমহাৰ ধন ৷ আনকি লাভ নকৰিলে বকেয়াৰ ধন ৷ উৎকোচ আদায় দিয়াৰ পিচতো দৰমহাৰ ধন লাভ নকৰা ঘটনাকলৈ ক্ষোভিত হৈ পৰিছে বৰপেটাৰ এইসকল অংগনবাডী কৰ্মী ৷ শূন্য সহনশীলতাৰ কথা কোৱা ৰাজ্য চৰকাৰৰ সমাজ কল্যান বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে মাহেকীয়া প্ৰাপ্য দৰমহাৰ ধনকেইটা মুকলি কৰি দিয়াৰ নামতো উৎকোচ লোৱাৰ কথাই যেন উদঙাই দিছে ৰাজ্যৰ প্ৰকৃত ছবি ৷ দৰমহাৰ নামতো উৎকোচৰ বেহা চলি থকা বৰপেটাৰ সমাজ কল্যান বিভাগৰ এই অনিয়মৰ সম্পৰ্কত কিবা ব্যৱস্থা লবনে বিভাগীয় মন্ত্ৰীয়ে ৷ বিভাগীয় মন্ত্ৰীৰ তৎপৰতাই সূচাব আছলতে দূৰ্নীতিৰ বিৰুদ্ধে কিমান শূন্যশীল ৰাজ্যৰ সৰ্বানন্দ সোনোৱাল চৰকাৰ ৷

Conclusion:বাইটঃ অংগনবাডী কৰ্মী ৷

---- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.