ETV Bharat / state

পাঠশালাত দেখা গল জনশূন্য ৰাজপথ

author img

By

Published : May 16, 2021, 5:29 PM IST

ৰাজ্যত নতুন ক’ভিড নিৰ্দেশনা অনুসৰি দিনৰ 11 বজাৰ পৰা বন্ধ হ'ল সকলো দোকান-পোহাৰ ৷ দিনৰ 12 বজাৰ পৰা সান্ধ্য আইন বলৱৎ হৈছে বজালী জিলাত ৷

new-covid-sop-inplement-in-state
পাঠশালাত দেখা গল জনশূন্য ৰাজপথ

বৰপেটা, 16 মে': ৰাজ্যত নতুন নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে । নতুন নিৰ্দেশনা অনুসৰি দিনৰ 11 বজাত ফাৰ্মাচী সমূহৰ বাদে পাঠশালাৰ সকলো দোকান পহাৰ বন্ধ হোৱা দেখা গৈছে । দিনৰ 12 বজাৰ পৰা সান্ধ্য আইন বলৱৎ হৈছে বজালী জিলাত ।

বজালী আৰক্ষী প্ৰশাসন এই ক্ষেত্ৰত সষ্টম হোৱা দেখা গৈছে । জৰুৰীকালীন সেৱা সমূহৰ বাদে অন্য লোকৰ চলা ফুৰি কৰা দেখা পোৱা যোৱা নাই ৰাজপথত । বৰ্তমান বজালী জিলাত ৭০০ ৰ অধিক ক’ভিড-19ত আক্ৰান্ত হোৱাৰ লগতে ১০ জন লোকৰ ক’ভিডত মৃত্যু হৈছে ।

লগতে পঢ়ক : কৰ'ণালৈ ভয় নাই ৰহমৰীয়াৰ একাংশ মৎস্য ব্যৱসায়ীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.