ETV Bharat / state

বিজেপি চৰকাৰ ধৃতৰাষ্ট্ৰৰঃ সাংসদ আব্দুল খালেক

author img

By

Published : Sep 10, 2020, 10:19 PM IST

বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল তেনেকৈ শিলাদিত্য দেৱকো গ্ৰেপ্তাৰ কৰিব লাগিছিল বুলি সোণোৱাল চৰকাৰক কটাক্ষ আব্দুল খালেকৰ ৷

MP Abdul Khaleque criticise  bjp govt
বৰপেটাৰ সাংসদ আব্দুল খালেকৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা

জনীয়া,10 ছেপ্তেম্বৰঃ বৃহস্পতিবাৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায়। সাংসদ গৰাকীয়ে বিজেপি চৰকাৰক ধৃতৰাষ্ট্ৰৰ চৰকাৰ আখ্যা দিয়াৰ লগতে সদায় সাম্প্ৰদায়িক আৰু বিতৰ্কিত মন্তব্য আগবঢ়োৱা হোজাইৰ বিধায়ক শিলাদিত্য দেৱক পাগল আখ্যা দিয়ে।

ইপিনে সামাজিক বাতাবৰণ বিনষ্ট কৰাৰ অভিযোগত যেনেকৈ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল তেনেকৈ শিলাদিত্য দেৱকো গ্ৰেপ্তাৰ কৰিব লাগিছিল বুলি সোণোৱাল চৰকাৰক সমালোচনা কৰে। সাংসদ খালেকে মন্ত্ৰী পীয়ুষ হাজৰিকাক কটাক্ষ কৰাৰ লগতে মিত্ৰজোঁট হ'লে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসেও সৰভোগ সমষ্টিত ৩০ হাজাৰ ভোটত পৰাজিত হ’ব বুলি ভৱিষ্যবাণী কৰে। সাংসদ গৰাকীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰি থকা দেখা যায় ৷

লগতে পঢ়কঃ আজি বিশিষ্ট কবি নীলমণি ফুকনৰ 87 সংখ্যক ওপজা দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.