বৰপেটা ৫ এপ্ৰিলঃ বৰপেটাত চন্দ্ৰমোহন পাটোৱাৰীৰ অসমবাসীলৈ আহ্বান ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে নিশা ৯ বজাত সকলো দেশবাসীকে ৯ মিনিটৰ বাবে ঘৰৰ লাইট নুমুৱাই বন্তি, মম, টৰ্চ বা ম'বাইলৰ ফ্লাছ জ্বলাবলৈ দেশবাসীক অনুৰোধ জনাইছিল ৷ প্ৰধানমন্ত্ৰীৰ আহ্বান পালন কৰি দেওবাৰে নিশা ৯বজাত সকলো অসমবাসীয়ে ৯ মিনিটৰ বাবে ঘৰৰ লাইট নুমুৱাই বন্তি, মম আদি প্ৰজ্বলন কৰিবলৈ আহ্বান জনালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷
প্ৰধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাবলৈ অনুৰোধ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ - মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
প্ৰধানমন্ত্ৰী মোডীৰ আহ্বান পালন কৰি দেওবাৰে নিশা ৯ বজাত সকলো অসমবাসীয়ে ৯ মিনিটৰ বাবে ঘৰৰ লাইট নুমুৱাই বন্তি, মম আদি প্ৰজ্বলন কৰিবলৈ ৰাজ্যবাসীক অনুৰোধ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷
প্ৰধানমন্ত্ৰীৰ আহ্বান শুনিবলৈ ৰাইজক অনুৰোধ চন্দ্ৰমোহন পাটোৱাৰীৰ