ETV Bharat / state

জনিয়াত শ্ৰমিক দিৱস উদযাপন - barpeta

সমগ্ৰ বিশ্বৰ লগতে জনিয়াত চি আই টি ইউ আৰু এ আই কে এছৰ যৌথ উদ্যোগত মে' দিৱস পালন।

জনিয়াত শ্ৰমিক দিৱস উদযাপন
author img

By

Published : May 1, 2019, 8:03 PM IST

বৰপেটা,1 মেঃ ৰপেটা জিলাৰ জনিয়াৰ গ্ৰামোন্নয়নত চি,আই টি ইউ, চি পি আই এম, নিৰ্মাণ শ্ৰমিক, মটৰ শ্ৰমিক, ই-ৰিক্সা শ্ৰমিক, আশা কৰ্মী, অংগনবাদী আৰু কৃষক সমাজে যৌথভাৱে আয়োজন কৰে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস ৷

জনিয়াত শ্ৰমিক দিৱস উদযাপন

মে' দিৱস উপলক্ষে পতাকা উত্তোলন কৰি গ্ৰামোন্নয়নৰ পৰা জনিয়া চাৰি আলিলৈকে সমদল বাহিৰ কৰে শ্ৰমিকসকলে ৷ এই সমদলত নিজৰ বিভিন্ন দাবী পূৰণৰ বাবেও শ্ল'গান প্ৰদান কৰে শ্ৰমিকসকলে ৷

Slug: as_bar_1may_mayday_vis2+bite1_7203841

 সমগ্ৰ দেশৰ লগত সংগতি ৰাখি জনিয়াত চি আই টি ইউ আৰু এ আই কে এছৰ যৌথ উদ্যোগত মে দিবস পালন।

বৰপেটা ১ মে: সমগ্ৰ দেশৰ লগত সংগতি ৰাখি জনিয়াত চি আই টি ইউ আৰু এ আই কে এছৰ যৌথ উদ্যোগত মে দিবস পালন। বৰপেটা জিলাৰ জনিয়াৰ গ্ৰামোন্নয়নত চি, আই টি ইউ, ছি পি আই এম (মাৰ্ক্সবাদী), নিৰ্মাণ শ্ৰমিক, মটৰ শ্ৰমিক, ই-ৰিক্সা শ্ৰমিক, আশা কৰ্মী, অংগণবাদী আৰু কৃষক সমাজক লৈ মে দিৱস পালন কৰে। মে দিৱস উপলক্ষে  পতাকা উত্তোলন কৰি গ্ৰামোন্নয়নৰ পৰা জনীয়া চাৰিআলিলৈকে শ্ৰমিকৰ নানা দাবী পূৰণৰ উদ্দেশ্য শ্লগান দি জনিয়াৰ আকাশ বতাহ উত্তাল কৰি তোলে।
বাইট: ছি আই টি ইউ বৰপেটা জিলা কমিটি যুটীয়া সম্পাদক।                                                                  
 --- বাপকন দাস, বৰপেটা                                                                               
ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.