ETV Bharat / state

নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতে কলগাছিয়াত তৎপৰ প্ৰশাসন

author img

By

Published : Feb 27, 2021, 5:55 PM IST

নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতে কলগাছিয়াত তৎপৰ প্ৰশাসন ৷ আঁতৰাই পেলালে বিভিন্ন ৰাজনৈতিক দলৰ বেনাৰ-পোষ্টাৰ ৷

নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতে কলগাছিয়াত তৎপৰ প্ৰশাসন
নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতে কলগাছিয়াত তৎপৰ প্ৰশাসন

জনীয়া, 27 ফেব্ৰুৱাৰী : ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন ৷ সেই অনুসৰি আজি কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ নিৰ্দেশ মৰ্মে কলগাছিয়াত থকা বিভিন্ন চৰকাৰী প্রতিষ্ঠানত লগোৱা বিভিন্ন ৰাজনৈতিক দলৰ বেনাৰ-পোষ্টাৰসমূহ আঁতৰাই দিয়া হয় ৷

জনীয়া সমষ্টিৰ কলগাছিয়াৰ লগতে বামুনটাৰী, বালিকুৰী, লাংলা, ময়নবৰী আদিকে ধৰি বিভিন্ন এলেকাত আজি বিভিন্ন ৰাজনৈতিক দলৰ বেনাৰ-পোষ্টাৰ অতি ক্ষীপ্ৰতাৰে আঁতৰাই দিয়া হয় ৷

লগতে পঢ়ক : 500 ফুট দলীয় পোষ্টাৰেৰে চমক সৃষ্টি হাজোত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.