ETV Bharat / state

ভৱানীপুৰত ৰাইজৰ দলৰ প্ৰাৰ্থী কমল কুমাৰ মেধি

author img

By

Published : Mar 9, 2021, 10:21 PM IST

শ্বহীদৰ সমষ্টি উদ্ধাৰৰ চেষ্টা কমল কুমাৰ মেধিৰ । বজালী জিলাৰ ভৱানীপুৰক মহকুমাৰ দিয়াৰ আশ্বাস কমল কুমাৰ মেধিৰ । ৰাইজৰ দলৰ প্ৰাৰ্থী কমল কুমাৰ মেধিয়ে বোৱালে প্ৰতিশ্ৰুতিৰ বন্যা ৷

ভৱানীপুৰত উপস্থিত ৰাইজৰ দলৰ প্ৰাৰ্থী কমল কুমাৰ মেধী

বৰপেটা,9 মাৰ্চঃ মঙলবাৰে বজালী জিলাৰ ভৱানীপুৰত উপস্থিত হ’ল ৰাইজৰ দলৰ প্ৰাৰ্থী কমল কুমাৰ মেধি ৷ ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীক কাষত পাই উৎফুল্লিত হৈ পৰে অঞ্চলবাসী ৷ ৰাইজৰ দলৰ প্ৰাৰ্থী কমল কুমাৰ মেধিক ঢোল-পেঁপা-গামোচাৰে বিপুল আদৰণি জনাই ৰাইজে ।

শ্বহীদৰ সমষ্টি উদ্ধাৰৰ চেষ্টা কমল কুমাৰ মেধিৰ । বজালী জিলাৰ ভৱানীপুৰক মহকুমাৰ দিয়াৰ আশ্বাস কমল কুমাৰ মেধিৰ । ভৱানীপুৰ সমষ্টিৰ প্ৰাৰ্থী হৈ সুখী কমল কুমাৰ মেধিৰ ১২৬ টা সমষ্টিৰ ভিতৰত ১ নম্বৰ সমষ্টি হিচাপে ভৱানীপুৰক গঢ় দিয়াৰ চেষ্টা কৰাৰ আশ্বাস প্ৰদান ৷ উল্লেখ্য যে, ভৱানীপুৰ সমষ্টিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে একলগে এইবাৰ নিৰ্বাচনত অৱৰ্তীণ হ’ব ।

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ জয়ৰ কামনাৰে বন্তি প্রজ্বলন মাজুলীবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.