ETV Bharat / state

'মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ লালসাত আধা পাগল হৈছে' : বদৰুদ্দিন আজমল

author img

By

Published : Oct 7, 2020, 5:28 PM IST

২১ৰ নিৰ্বাচনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুই সভ্যতাৰ যুজঁ হ'ব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজমলে বিভিন্ন বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ৷ ইয়াৰ উপৰি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ আপত্তিজনক মন্তব্য কৰে এ আই ইউ ডি এফ বদৰুদ্দিন আজমলে ৷

'মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ লালসাত আধা পাগল হৈছে' : বদৰুদ্দিন আজমল
'মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ লালসাত আধা পাগল হৈছে' : বদৰুদ্দিন আজমল

জনীয়া, 7 অক্টোবৰ : বুধবাৰে কলগাছিয়াত জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ বাসগৃহত সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায় ৷

২১ ৰ নিৰ্বাচনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুই সভ্যতাৰ যুজঁ হব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজমলে বিভিন্ন বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ৷ ইয়াৰ উপৰি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ আপত্তিজনক মন্তব্য কৰাৰ উপৰিও 'মুখ্যমন্ত্ৰী হোৱাৰ লালসাত আধা পাগল হৈছে' বুলি মন্তব্য কৰে এ আই ইউ ডি এফ প্ৰধানগৰাকীয়ে ৷

ইপিনে উত্তৰ প্ৰদেশৰ হাথৰসত মনিষাক ধৰ্ষণ কৰি হত্যা কৰা দোষীক ফাঁচীৰ দাবী কৰে বদৰুদ্দিন আজমলে ৷

লগতে পঢ়ক :গুজৰাটৰ পৰা দিল্লীলৈ প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনৈতিক জীৱনৰ ২০বছৰীয়া যাত্ৰা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.