ETV Bharat / state

অখিল গগৈৰ পত্ৰ প্ৰেৰণৰ পাচতে জনীয়াৰ বিধায়কৰ প্ৰতিক্ৰিয়া প্ৰকাশ

বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে ৭ টাকৈ ৰাজনৈতিক দলৰ মাজত গঠন হোৱা মহাজোঁটৰ পৰা এ আই ইউ ডি এফক উলিয়াই দিলে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দল চামিল হ'ব বুলি প্ৰেৰণ কৰা পত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে।

author img

By

Published : Mar 3, 2021, 9:04 PM IST

অখিল গগৈৰ পত্ৰ প্ৰেৰণৰ পাচতে জনীয়াৰ বিধায়কৰ প্ৰতিক্ৰিয়া প্ৰকাশ
অখিল গগৈৰ পত্ৰ প্ৰেৰণৰ পাচতে জনীয়াৰ বিধায়কৰ প্ৰতিক্ৰিয়া প্ৰকাশ

জনীয়া,3মাৰ্চ: ৰাজ্যৰ শাসকীয় দল বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে ৭ টাকৈ ৰাজনৈতিক দলৰ মাজত গঠন হোৱা মহাজোঁটৰ পৰা এ আই ইউ ডি এফক উলিয়াই দিলে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দল চামিল হ'ব বুলি প্ৰেৰণ কৰা পত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে।

বিধায়ক গৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, অখিল গগৈৰ কাৰ্যকলাপত অসন্তুষ্ট হৈ বিশিষ্ট বুদ্ধিজীৱী তথা ৰাইজৰ দলৰ মুখ্য উপদেষ্টা ড৹ হিৰেণ গোঁসাইয়ে পদত্যাগ কৰা ঘটনাই অখিল গগৈৰ প্ৰকৃত স্বৰূপ উদঙাইছে । ইউ ডি এফ দল কোনো সাম্প্ৰদায়িক দল নহয় বৰঞ্চ এ আই ইউ ডি এফ দলে প্ৰতিটো জাতি ধৰ্মৰ লোকৰ হৈ কাম কৰি আহিছে ।

লগতে পঢ়ক: অখিল গগৈৰ উপদেষ্টা হৈ নাথাকে ড৹ হীৰেন গোহাঁই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.