ETV Bharat / state

সিপাৰ নেদেখা দলংখন ! - জনীয়া ৰূপাকুছিৰ আধৰুৱা দলং

এবছৰ ধৰি ৰূপাকুছিত নিৰ্মাণৰত দলংখন সম্পূৰ্ণ নোহোৱাত যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ । পকেটৰ টকা খৰচ কৰি বাঁহৰ সাঁকো, কেতিয়াবা নাওৰে পাৰাপাৰ হ'বলগীয়া হয় ৰাইজ ।

সিপাৰ নেদেখা দলংখন
সিপাৰ নেদেখা দলংখন
author img

By

Published : Dec 28, 2019, 3:09 PM IST

জনীয়া, 28 ডিচেম্বৰ: বৰপেটাৰ ৰূপাকুছিত নিৰ্মাণৰত অৱস্থাত এখন দলং ৷ জনীয়া সমষ্টিৰ ৰূপাকুছি - কান্দাপাৰাত থকা এই কাঠৰ দলংখনেই অঞ্চলটোৰ ৰাইজৰ বাবে একমাত্ৰ ভৰষা ৷ বিগত এবছৰ ধৰি ৰূপাকুছিত নিৰ্মাণৰত দলংখন সম্পূৰ্ণ নোহোৱাত যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ । পকেটৰ টকা খৰচ কৰি বাঁহৰ সাঁকো, কেতিয়াবা নাওৰে পাৰাপাৰ হ'বলগীয়া হয় ৰাইজ । যাতায়তৰ অসুবিধাৰ বাবে কাদং, মন্দিয়া, বৰপেটা, জনিয়া, কান্দাপাৰা, ৰূপাকুছি, মিদিৰটাৰী আদি অঞ্চলৰ লোক সকলৰ দাবীত গড়কাপ্তানী বিভাগে দলং খন নিৰ্মাণৰ বাবে ঠিকাদাৰক দায়িত্ব দিছিল যদিও আজি পৰ্যন্ত দলংখন সম্পূৰ্ণ নহ'ল ৷ এই সন্দৰ্ভত চাওঁক এক প্ৰতিবেদন...

এবছৰে অৰ্ধনিৰ্মিত দলংখন

লগতে পঢ়ক: পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত গোলাঘাটৰ চৌকানা বিল

Intro:slug: as_jania_28dec_incomplete_wooden_bridge_vis2+byt3+pho1_story_asc10058Body:slug: as_jania_28dec_incomplete_wooden_bridge_vis2+byt3+pho1_story_asc10058

VO : জনীয়া সমষ্টিৰ ৰূপাকুছি - কান্দাপাৰাত কাঠৰ দলং নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে বিগত এবছৰ ধৰি ৰূপাকুছিত নিৰ্মাণৰত দলংখন সম্পুৰ্ণ নোহোৱাত যাতায়তৰ ক্ষেত্ৰত ৰাইজ নৰক যন্ত্ৰণা ভুগি আছে ।পকেটৰ টকা খৰচ কৰি বাহৰ সাঁকো কেতিয়াবা নাওৰে পাৰাপাৰ হবলগীয়া হৈছে। যাতায়তৰ অসুবিধাৰ বাবে কাদং, মন্দিয়া, বৰপেটা, জনিয়া, কান্দাপাৰা, ৰূপাকুছি, মিদিৰটাৰী আদি অঞ্চলৰ লোক সকলে হাৰাশাস্তিৰ সন্মুখীন হবলগীয়া হৈছে । এনে পেক্ষাপটত দলংখনৰ কাম সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰিছে ভূক্তভোগী লোক সকলে ।Conclusion:slug: as_jania_28dec_incomplete_wooden_bridge_vis2+byt3+pho1_story_asc10058

Byte :স্থানীয় ৰাইজৰ মন্তব্য

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.