ETV Bharat / state

জনীয়াত এআইইউডিএফৰ সাধাৰণ সভা ও যোগদান কাৰ্যসূচী সম্পন্ন

author img

By

Published : Jan 24, 2021, 10:44 PM IST

অসমত 2021ৰ বিধানসভা অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰিছে এআইইউডিএফেও ৷

jania aiudf_joining_meeting
জনীয়াত এআইইউডিএফৰ সাধাৰণ সভা ও যোগদান কাৰ্যসূচী সম্পন্ন

জনীয়া, 24 জানুৱাৰী : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তর্গত ৮২ নং জনতা গাঁও পঞ্চায়তৰ জনতা বজাৰত দেওবাৰে এআইইউডিএফৰ সাধাৰণ সভা ও যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । উক্ত সভাখন জনতা গাঁও পঞ্চায়ত কমিটিৰ সভাপতি আৰফান বেগৰ সভাপতিত্বত অনুষ্ঠিত হয়।

jania-aiudf-joining-meeting

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জনীয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলাম । লগতে সভাত উপস্থিত থাকে জনীয়া সমষ্টি কমিটিৰ সভাপতি খো: জাকিৰ হুছেইন, জনীয়া সমষ্টি কমিটিৰ প্ৰশাসনিক সম্পাদক শিৰাজুল হক, অধিবক্তা শিৰাজ খান আৰু এআইইউডিএফ দলৰ বিভিন্ন পৰ্যায়ৰ কৰ্মীবৃন্দ ।

দেওবাৰৰ সভাত খণ্ড কমিটি গঠন হোৱাৰ লগতে তিনি সহস্ৰাধিক ৰাইজৰ উপস্থিতিত কংগ্ৰেছ দলৰ প্ৰাক্তন আঞ্চলিক সদস‍্যা মালেকা খাতুনৰ লগতে দুই শতাধিক সক্রিয় কংগ্রেছ কর্মীয়ে এআইইউডিএফ দলৰ নীতি আদর্শৰ প্রতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাবে যোগদান কৰে ।
লগতে পঢ়ক: মমতা বেনাৰ্জীক ৰামায়ণ উপহাৰ দিলে কোন বিজেপি নেতাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.