ETV Bharat / state

এনআৰচিৰ নামত সংখ্যালঘু লোকক আৰ্থিক,শাৰীৰিক আৰু মানসিক কষ্ট দিয়া হৈছে !

"এনআৰচিৰ দাবী-আপত্তি প্ৰক্ৰিয়াৰ দ্বাৰা বৈধ ভাৰতীয় লোকক অন্যায়ভাৱে যধে-মধে সংখ্যালঘু লোকক শুনানিৰ বাবে জাননী জাৰি কৰি ইখন জিলাৰ পৰা সিখন জিলালৈ দৌৰাই আৰ্থিক, শাৰীৰিক আৰু মানসিকভাৱে কষ্ট দিয়া হৈছে ।"

author img

By

Published : May 26, 2019, 7:28 PM IST

জামাত-ই-ইছলামী হিন্দ

"এনআৰচিৰ দাবী-আপত্তি প্ৰক্ৰিয়াৰ দ্বাৰা বৈধ ভাৰতীয় লোকক অন্যায়ভাৱে জধে-মধে সংখ্যালঘু লোকক শুনানিৰ বাবে জাননী জাৰি কৰি ইখন জিলাৰ পৰা সিখন জিলালৈ দৌৰাই আৰ্থিক, শাৰীৰিক আৰু মানসিকভাৱে কষ্ট দিয়া হৈছে "

জনীয়া, ২৬ মে: এই অভিযোগ জামাত-ই-ইছলামী হিন্দ আৰু এছ আই অ'ৰ । দেওবাৰে কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ কাৰ্য্যালয়ত জামাত-ই-ইছলামী হিন্দ আৰু এছ আই অ বৰপেটা জিলাৰ যৌথ উদ্যোগত এন আৰ চিৰ দাবী-আপত্তি সম্পৰ্কে সংবাদ মেলৰ আয়োজন কৰি এনেদৰে অভিযোগ উত্থাপন কৰে সংগঠন দুটাই । সংবাদমেলত জামাত-ই-ইছলামী হিন্দ আৰু এছ আই অ'ৰ উত্তৰ-পূৱ মণ্ডলৰ সাংগঠনিক ছফিকুল ইছলাম আৰু আজনুৰ হকে কয় যে, শুনানিত আপত্তিকাৰীৰ উপস্থিত আপত্তিবোৰ নাকচ কৰা, ভুৱা আৰু ঠিকনাবিহীন আপত্তিবোৰ খাৰিজ কৰা, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মতে নিজৰ জিলাতেই শুনানি অনুষ্ঠিত কৰিবলৈ দাবী জনায় । লগতে, আগন্তুক পৱিত্ৰ ঈদ উল ফিতৰ উপলক্ষে ৩ জুনৰ পৰা ৭ জুনলৈ এন আৰ চিৰ দাবী-আপত্তিৰ শুনানি বন্ধ ৰাখিবলৈ সংবাদমেলৰ জৰিয়তে এন আৰ চি কৰ্তৃপক্ষ আৰু চাৰকাৰলৈ দাবী জনায় ।

Intro:slug: as_jania_26may_press_meet_vid2+pho1_asc10058

জনীয়া, ২৬ মে: কলগাছিয়াত জামাত-ই-ইছলামী হিন্দ আৰু এছ আই অ'ৰ যৌথ উদ্যোগত এন আৰ চিৰ দাবী আপত্তি সম্পৰ্কে পৃথকে পৃথকে সংবাদ মেল।Body:slug: as_jania_26may_press_meet_vid2+pho1_asc10058

এন আৰ চিৰ দাবী-আপত্তি প্ৰক্ৰিয়াৰ দ্বাৰা বৈধ ভাৰতীয় লোকক অন্যায়ভাৱে যধে-মধে সংখ্যালঘু লোকক শুনানিৰ বাবে জাননী জাৰি কৰি ইখন জিলাৰ পৰা সিখন জিলালৈ দৌৰাই আৰ্থিক, শাৰীৰিক আৰু মানসিকভাৱে ক্ষতি আৰু কষ্ট দিয়া হৈছে। যাৰ বাবে আজি কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ কাৰ্য্যালয়ত জামাত-ই-ইছলামী হিন্দ আৰু এছ আই অ বৰপেটা জিলাৰ যৌথ উদ্যোগত এন আৰ চিৰ দাবী-আপত্তি সম্পৰ্কে এক সংবাদ মেলৰ আয়োজন কৰে। জামাত-ই-ইছলামী হিন্দ আৰু এছ আই অ'ৰ উত্তৰ-পূৱ মণ্ডলৰ সাংগঠনিক ছফিকুল ইছলাম আৰু আজনুৰ হকে সংবাদমেল সম্ভোধন কৰে। শুনানীত আপত্তিকাৰী উপস্থিত অপত্তিবোৰ নাকচ কৰা, ভুৱা আৰু ঠিকনাবিহীন আপত্তিবোৰ খাৰিজ কৰা, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মতে নিজৰ জিলাতেই শুনানি অনুষ্ঠিত কৰা আৰু পৱিত্ৰ ঈদ উল ফিতৰ উপলক্ষে ৩ জুনৰ পৰা ৭ জুনলৈ এন আৰ চিৰ দাবী-আপত্তিৰ শুনানি বন্ধ ৰখাৰ বাবে সংবাদমেলৰ জৰিয়তে এন আৰ চি কৰ্তৃপক্ষ আৰু চাৰকাৰলৈ দাবী জনায়।

Conclusion:slug: as_jania_26may_press_meet_vid2+pho1_asc10058

মন্তব্য: জামাত-ই-ইছলামী সাংগঠনিক সম্পাদক শফিকুল ইছলাম আৰু এছ আই অ'ৰ ৰাজ্যিক জনসংযোগ বিভাগৰ সম্পাদক আজনুৰ হক।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.