ETV Bharat / state

বৰপেটাৰোড আৰক্ষীৰ জালত দুই ইৰানী গ্ৰুপৰ সদস্য

author img

By

Published : May 30, 2019, 7:55 PM IST

২৭ মে’ত বৰপেটাৰোড বজাৰ এলেকাৰ পৰা এখন ইয়ন গাড়ীৰ গ্লাছ ভাঙি ২ লাখ ৩০ হেজাৰ টকা লুট কৰি নিছিল চোৰৰ দলটোৱে

বৰপেটাৰোড আৰক্ষীয়ে কৰায়ত্ত কৰে দুটা ইৰানী গ্ৰুপৰ সদস্য

বৰপেটাৰোড, 30 মে’: বৰপেটাৰোড আৰক্ষীয়ে অতি তৎপৰতাৰে দুটা ইৰানী গ্ৰুপৰ সদস্যক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধৃত চোৰ দুটা বিহাৰৰ কাতিহাৰ জিলাৰ ৰাম কুমাৰ যাদৱ আৰু ৰাহুল যাদৱ। উল্লেখ যে এই চোৰ দুটাই আন দুটা চোৰৰ সহযোগত যোৱা ২৭ মে’ত বৰপেটাৰোড বজাৰ এলেকাৰ পৰা এখন ইয়ন গাড়ীৰ গ্লাছ ভাঙি ২ লাখ ৩০ হেজাৰ টকা লুট কৰি নিছিল ।

বৰপেটাৰোড আৰক্ষীয়ে কৰায়ত্ত কৰে দুটা ইৰানী গ্ৰুপৰ সদস্য

লগতে পঢ়ক: সাংসদ হিচাপে দায়িত্ব মূৰ পাতি ল'বলৈ পায় উৎফুল্লিত কুইন ওজা

কিন্তু বৰপেটাৰোড আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অভিযান চলাই ৭২ ঘণ্টাৰ ভিতৰতে চাৰি অপৰাধীৰ ভিতৰত দুজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

Intro: বৰপেটাৰোড আৰক্ষীয়ে অতি তৎপৰাতাৰে দুটা ইৰানী গ্রুপৰ সদস্যক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। ধৃত চোৰ দুটা বিহাৰৰ কাতিহাৰ জিলাৰ ৰাম কুমাৰ যাদৱ আৰু ৰাহুল যাদৱ। উল্লেখ যে এই চোৰ দুটাই আন দুটা চোৰৰ সহযোগত যোৱা ২৭ মেত বৰপেটাৰোড বজাৰ এলেকাৰ পৰা এখন ইয়ন গাড়ীৰ গ্লাছ ভাঙি ২ লাখ ৩০ হেজাৰ টকা লুট কৰি নিছিল। কিন্তু বৰপেটাৰোড আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই ৭২ ঘণ্টাৰ ভিতৰতে চাৰি অপৰাধীৰ ভিতৰত দুজন চোৰৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয় । Body: বৰপেটাৰোড আৰক্ষীয়ে অতি তৎপৰাতাৰে দুটা ইৰানী গ্রুপৰ সদস্যক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। ধৃত চোৰ দুটা বিহাৰৰ কাতিহাৰ জিলাৰ ৰাম কুমাৰ যাদৱ আৰু ৰাহুল যাদৱ। উল্লেখ যে এই চোৰ দুটাই আন দুটা চোৰৰ সহযোগত যোৱা ২৭ মেত বৰপেটাৰোড বজাৰ এলেকাৰ পৰা এখন ইয়ন গাড়ীৰ গ্লাছ ভাঙি ২ লাখ ৩০ হেজাৰ টকা লুট কৰি নিছিল। কিন্তু বৰপেটাৰোড আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই ৭২ ঘণ্টাৰ ভিতৰতে চাৰি অপৰাধীৰ ভিতৰত দুজন চোৰৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয় । Conclusion: বৰপেটাৰোড আৰক্ষীয়ে অতি তৎপৰাতাৰে দুটা ইৰানী গ্রুপৰ সদস্যক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। ধৃত চোৰ দুটা বিহাৰৰ কাতিহাৰ জিলাৰ ৰাম কুমাৰ যাদৱ আৰু ৰাহুল যাদৱ। উল্লেখ যে এই চোৰ দুটাই আন দুটা চোৰৰ সহযোগত যোৱা ২৭ মেত বৰপেটাৰোড বজাৰ এলেকাৰ পৰা এখন ইয়ন গাড়ীৰ গ্লাছ ভাঙি ২ লাখ ৩০ হেজাৰ টকা লুট কৰি নিছিল। কিন্তু বৰপেটাৰোড আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই ৭২ ঘণ্টাৰ ভিতৰতে চাৰি অপৰাধীৰ ভিতৰত দুজন চোৰৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.