ETV Bharat / state

বৰপেটাত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ - Etv bharat assam

বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিত দাসৰ নেতৃত্বত চলোৱা এই অভিযানত আৰক্ষীয়ে 7,200টা নিচাজাতীয় টেবলেট আৰু প্ৰায় 9 শতাধিক কফ'চিৰাফৰ বটল জব্দ কৰে ৷

বৰপেটাত বৃহৎ পৰিমানৰ নিচাযুক্ত সামগ্ৰী জব্দ
author img

By

Published : Jun 1, 2019, 11:23 AM IST

বৰপেটা , 01 জুন: বৰপেটাত ক্ৰমাৎ বৃদ্ধি পাইছে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় ৷ শুকুৰবাৰে নিশা আৰক্ষীয়ে এক অভিযান চলায় বৰপেটা চহৰৰ টুৰিষ্ট ল'জৰ কাষত এখন টেম্প'ৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু কফ'চিৰাপৰ বটল জব্দ কৰে ৷ জিলাখনৰ গ্ৰামাঞ্চললৈ সৰবৰাহ কৰি থকা অৱস্থাত আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰী সমূহ জব্দ কৰে ৷

ETV BHARAT ASSAM
বৰপেটাত বৃহৎ পৰিমানৰ নিচাযুক্ত সামগ্ৰী জব্দ

জানিব পৰা মতে হাউলী চহৰৰ পৰা AS-21C-4505 নম্বৰৰ টেম্প' এখনেৰে নিচাজাতীয় সামগ্ৰী সমূহ খংৰা বজাৰলৈ নি থকা অৱস্থাত আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীসহ টেম্প' চালকজনক আটক কৰে ৷ আটকাধীন টেম্প' চালকজন খংৰা অঞ্চলৰ ছহিদুল ইছলাম ৷ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিত দাসৰ নেতৃত্বত চলোৱা এই অভিযানত আৰক্ষীয়ে 7,200 নিচাজাতীয় টেবলেট আৰু প্ৰায় 9 শতাধিক কফ'চিৰাফৰ বটল জব্দ কৰে ৷

 Slug:                         as_bar_1june_one_person_arested_for_drugs_trafficking_vis+bite+photo_7203841                         

  বৰপেটাত ক্ৰমাৎ বৃদ্ধি পাইছে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় ৷
বৃহৎ পৰিমানৰ নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ জব্দঃ এজন আটক

বৰপেটা, ১ জুনঃ বৰপেটাত ক্ৰামাৎ বৃদ্ধি পাইছে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় ৷ জিলাখনৰ গ্ৰামাঞ্চললৈ সৰবৰাহ কৰি থকা অবস্থাত শুক্ৰবাৰে  আৰক্ষীয়ে অভিযান চলাই বৰপেটা চহৰৰ টুৰিষ্ট ল'জৰ কাষত এখন টেম্প'ৰ পৰা বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট আৰু কফ'চিৰাপৰ বটল জব্ধ কৰিবলৈ সক্ষম হয়  ৷ নিচাযুক্ত সামগ্ৰী সৰৱৰাহৰ অভিযোগত আৰক্ষীয়ে টেম্প' চালক এজনকো আটক কৰে ৷ আটক টেম্প' চালকজন খংৰাৰ ছহিদুল ইছলাম ৷ হাউলী চহৰৰ পৰা এ এচ ২১ চি ৪৫০৫ নম্বৰৰ টেম্প' এখনেৰে খংৰা বজাৰলৈ নি থকা অৱস্থাত আৰক্ষীয়ে নিচাজাতীয় সাগ্ৰীসমুহ জব্দ কৰাৰ লগতে চালকজনক আটক কৰে ৷ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্মে বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিত দাসৰ নেতৃত্বত চলোৱা এই অভিযানত আৰক্ষীয়ে ৭,২০০ নিচাজাতীয় টেবলেট আৰু প্ৰায় ৯ শতাধিক কফ'চিৰাফৰ বটল জব্দ কৰে ৷

বাইটঃ প্ৰানজিৎ দাস, অ'চি, বৰপেটা সদৰ থানা ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.