ETV Bharat / state

মক্কাত হজৰ ব্যাপক প্ৰস্তুতি - barpeta

হজযাত্ৰী সকলক আদৰাৰ বাবে মক্কা-মদিনাৰ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ সজাই পৰাই তোলাৰ উপৰিও গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা

মক্কাত হজৰ ব্যাপক প্ৰস্তুতি
author img

By

Published : Jun 21, 2019, 5:47 PM IST

জনীয়া, 21 জুনঃ চৌদি আৰৱৰ পবিত্ৰ মক্কাত হজৰ ব্যাপক প্ৰস্তুতি ৷ দেশখনৰ ৰজাৰ তৎপৰতাত হজযাত্ৰী সকলক আদৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । হজযাত্ৰীসকলক আদৰাৰ বাবে মক্কা-মদিনাৰ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ সজাই পৰাই তোলাৰ উপৰিও গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হজযাত্ৰীসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ৷ আনহাতে, আৰৱৰ প্ৰৱাসী অসমীয়া সাংবাদিকৰ উদ্যোগত মক্কাত গঠন কৰা হৈছে মেডিয়া কোষ ৷ ইমানেই নহয় অসমৰ হজযাত্ৰী সকলক সহায়ৰ উদ্দেশ্যে মুম্বাইৰ আল আমিনা ওমৰা হজ ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটিৰ কৰ্মকৰ্তা সকলেও লৈছে গুৰুত্বপূৰ্ণ ভূমিকা ৷

Intro:slug: as_jania_21jun_haj_preparation_spl_exclve_package_story_vis7+byt1_asc10058

জনীয়া, 21 জুন : চৌদি আৰৱৰ পবিত্ৰ মক্কাত হজ্ব উপলক্ষে দেশৰ ৰজাৰ তৎপৰতাত হজযাত্ৰী সকলক আদৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।Body:slug: as_jania_21jun_haj_preparation_spl_exclve_package_story_vis7+byt1_asc10058

হজযাত্ৰী সকলক আদৰাৰ বাবে মক্কা - মদিনাৰ ৰাস্তা ঘাট, হোটেল, ৰেষ্টুৰেন্ট সজাই পৰাই তোলা হৈছে। মক্কাৰ কাবা শ্বৰিফৰ চৌপাশে কৰ্মচাৰী সকলে ছাফাই অভিযান তীব্ৰতৰ কৰি তুলিছে। এইক্ষেত্ৰত দেশ খনৰ আৰক্ষী প্ৰশাসনো সাজু হৈছে বুলি জানিব পৰা গৈছে । সমগ্ৰ বিশ্বৰ পৰা অহা হজযাত্ৰী সকলে যাতে কোনো ধৰণৰ অসুবিধা ভোগ কৰিব লগীয়া নহয় তাৰ বাবে আৰক্ষীৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।এইক্ষেত্ৰত চৌদি আৰৱৰ প্ৰৱাসী অসমীয়া সাংবাদিকৰ উদ্যোগত মক্কাত মেডিয়া চেল গঠন কৰা হৈছে । অসমৰ হজযাত্ৰী সকলক সহায় কৰাৰ বাবে মুম্বাইৰ আল আমিনা ওমৰা হজ ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটিৰ কৰ্মকৰ্তা সকলেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি জানিব পৰা গৈছে। Conclusion:slug: as_jania_21jun_haj_preparation_spl_exclve_package_story_vis7+byt1_asc10058

বাইট : উমৰাহ হজযাত্ৰী মণিৰ উদ্দিন।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.