ETV Bharat / state

বৰপেটাত "মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা" আঁচনিৰ আধাৰশিলা

২০ লাখ টকা ব্য়য়ৰে অসম চৰকাৰে স্থাপন কৰে চেঙা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ খেলপথাৰ উন্নয়নৰ আধাৰশিলা

বৰপেটাত "মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা" আঁচনিৰ অধীনত খেলপথাৰ উন্নয়নৰ আধাৰশিলা স্থাপন
author img

By

Published : Mar 2, 2019, 5:41 PM IST

বৰপেটা,২ মাৰ্চঃ"মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা" আঁচনিৰ অধীনত বৰপেটাৰ চেঙা বুনিয়াদি প্ৰশিক্ষণ কেন্দ্ৰৰ খেলপথাৰ উন্নয়নৰ আধাৰশিলা স্থাপন।শনিবাৰে ২০ লাখ টকা ব্যয় সাপেক্ষে খেলপথাৰ উন্নয়ন কামৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰে।

বৰপেটাত "মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা" আঁচনিৰ অধীনত খেলপথাৰ উন্নয়নৰ আধাৰশিলা স্থাপন
আধাৰশিলা স্থাপন কাৰ্যসূচীত চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়া, বৰপেটা জিলা ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকাৰ লগতে উপস্থিত থাকে কেইবাগৰাকী বিশিষ্ট ব্য়ক্তি।

Slug:      A_BAR_2MARCH_804_Foundation_for_Development_of_School_Playground_laid_VIS_BAPKAN_DAS                             

20 লাখ টকা ব্যয়  সাপেক্ষে চেঙা  বুনিয়াদি প্ৰশিক্ষণ কেন্দ্ৰৰ খেলপথাৰ উন্নয়ন কামৰ আধাৰশিলা  স্থাপন 

বৰপেটা ২ মাৰ্চ:  বৰপেটা জিলাৰ চেঙা বুনিয়াদি প্ৰশিক্ষণ কেন্দ্ৰৰ খেলপথাৰ উন্নয়ন কামৰ আধাৰশিলা শনিবাৰে স্থাপন কৰা হয়। "মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা" আঁচনিৰ অধীনত 20লাখ টকা ব্যয় সাপেক্ষে খেলপথাৰ উন্নয়ন কামৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ  ঔদ্যোগিক উন্নয়ন  নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰে । আধাৰশিলা স্থাপন কাৰ্যসূচীত চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়া, বৰপেটা জিলা ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকাৰ লগতে কেবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। আধাৰশিলা স্থাপনৰ পিছত এখন সভাও অনুষ্ঠিত কৰা হয়।

-- বাপকন দাস, বৰপেটা
ফুটেজ ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.