ETV Bharat / state

জনীয়াত বানৰ তাণ্ডৱ

ভূটানৰ পৰা নামি অহা বেঁকী নৈৰ এই বাঢ়নী পানীয়ে  মঙলবাৰে বৰডাঙা, কামাপাৰা, খাটাকুচি, কাচুকাটি, সুতিৰপাথাৰ আদিৰ লগতে প্ৰায় কুৰিখন গাঁও প্লাৱিত কৰে

author img

By

Published : Jun 26, 2019, 8:23 AM IST

জনীয়াত বানৰ তাণ্ডৱ

জনীয়া, ২৫ জুন: বেঁকী নৈৰ প্ৰথমটো বানৰ কৱলত জনীয়া । ভূটানৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাইছে জনীয়াৰ কুৰিখন গাঁও। ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি ।

জনীয়াত বানৰ তাণ্ডৱ

বৰপেটা জিলাৰ জনীয়া সমষ্টিত বানৰ তাণ্ডৱ । জিলাখনৰ বেঁকী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে কুৰিখনতকৈ অধিক গাওঁ । ভূটানৰ পৰা নামি অহা বেঁকী নৈৰ এই বাঢ়নী পানীয়ে মঙলবাৰে বৰডাঙা, কামাপাৰা, খাটাকুচি, কাচুকাটি, সুতিৰপাথাৰ আদিৰ লগতে প্ৰায় কুৰিখন গাঁও প্লাৱিত কৰে । হঠাৎ অহা বানৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৰাইজ মাজত ৷ আনহাতে, অঞ্চলটোৰ 667 নং প্ৰাথমিক বিদ্যালয় খনো পানীৰ তলত যাৰ বাবে ব্যাহত হৈছে পাঠদান ৷ লগতে বান পৰিস্থিত সন্দৰ্ভত বৰ্তমান পৰ্যন্ত প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে ভুক্তভোগী ৰাইজ ৷

Intro:slug: as_jania_25jun_jania_flood_spl_package_story_vis3+byt3_asc10058

জনীয়া, ২৫ জুন: বেঁকী নৈৰ প্ৰথমটো বানৰ কৱলত জনীয়া। ভুটানৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাইছে জনীয়াৰ কুৰিখন গাঁও। ৰাইজৰ মাজত হাহাকাৰ।Body:slug: as_jania_25jun_jania_flood_spl_package_story_vis3+byt3_asc10058

জনীয়া সমষ্টিত বানপানীৰ তাণ্ডৱ। জিলাখনৰ বেঁকী নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে কুৰিখন গাঁও। ভূটানৰ পৰা নামি অহা বেঁকী নৈৰ এই বাঢ়নি পানীয়ে আজি দুপৰীয়াৰ পৰা বৰডাঙা, কামাপাৰা, খাটাকুচি, কাচুকাটি, সুতিৰপাথাৰ আদিৰ লগতে প্ৰায় কুৰিখন গাঁও প্লাৱিত কৰিছে। গাঁও কেইখনৰ ৰাইজৰ ঘৰে ঘৰে পানী সোমোৱাত ঘৰৰ ভিতৰত থকা আচবাব পত্ৰ সমূহ ওখ ঠাইত স্থানান্তৰ কৰা পৰিলক্ষিত হৈছে। যাৰ ফলত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। ইফালে ৬৬৭ নং খাটকুছি প্ৰাথমিক বিদ্যালয়খনো পানীত বুৰ গৈছে। এই ক্ষেত্ৰত এতিয়ালৈকে প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ কৰিছে ভূক্তভোগী ৰাইজে।Conclusion:slug: as_jania_25jun_jania_flood_spl_package_story_vis3+byt3_asc10058

মন্তব্য: ভূক্তভোগী ৰাইজৰ মন্তব্য।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.