বৰপেটা, 10 অক্টোবৰ: বৰপেটা জিলাৰ খাটালপাৰাৰ বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হ'ল এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ ঘটনা অনুসৰি, খাটালপাৰা গাৱৰ নয়ন দাসৰ ঘৰৰ পৰা সুত্ৰপাত ঘটা এই অগ্নিকাণ্ডত তিনিটা পৰিয়ালৰ প্ৰায় ৪০ লাখ টকাৰ সম্পত্তি ভস্মীভূত হয় ৷ জুইত নয়ন দাসৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে সুভদ্ৰা দাস আৰু বিজু দাস নামৰ পৰিয়াল দুটাৰ ঘৰ সম্পূৰ্ণ ৰূপে অগ্নিৰ কবলত পৰি জাহ যায় ৷ স্থানীয় লোকে সাংবাদিকক জনোৱা অনুসৰি নয়ন দাসে ভনীয়েকৰ বিয়াৰ বাবে সাজু কৰা আচবাব, কাপোৰ আৰু গহনাকে ধৰি প্ৰায় ২৫ লাখ টকাৰ সম্পত্তি জুইত জাহ যায় ৷ প্ৰথম অৱস্থাত স্থানীয় লোকে জুই নিৰ্বাপনৰ বাবে যৎপৰোনাস্তি চেষ্টা চলায় অৱশ্যে পিচত হাউলীৰ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷
বৰপেটাৰ হাউলীত ভয়ংকৰ অগ্নিকাণ্ড - বৰপেটা জিলাৰ খাটালপাৰা
জুইত জাহ গ'ল প্ৰায় 40 লাখ টকা মূল্যৰ সম্পত্তি ৷
বৰপেটা, 10 অক্টোবৰ: বৰপেটা জিলাৰ খাটালপাৰাৰ বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হ'ল এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ ঘটনা অনুসৰি, খাটালপাৰা গাৱৰ নয়ন দাসৰ ঘৰৰ পৰা সুত্ৰপাত ঘটা এই অগ্নিকাণ্ডত তিনিটা পৰিয়ালৰ প্ৰায় ৪০ লাখ টকাৰ সম্পত্তি ভস্মীভূত হয় ৷ জুইত নয়ন দাসৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে সুভদ্ৰা দাস আৰু বিজু দাস নামৰ পৰিয়াল দুটাৰ ঘৰ সম্পূৰ্ণ ৰূপে অগ্নিৰ কবলত পৰি জাহ যায় ৷ স্থানীয় লোকে সাংবাদিকক জনোৱা অনুসৰি নয়ন দাসে ভনীয়েকৰ বিয়াৰ বাবে সাজু কৰা আচবাব, কাপোৰ আৰু গহনাকে ধৰি প্ৰায় ২৫ লাখ টকাৰ সম্পত্তি জুইত জাহ যায় ৷ প্ৰথম অৱস্থাত স্থানীয় লোকে জুই নিৰ্বাপনৰ বাবে যৎপৰোনাস্তি চেষ্টা চলায় অৱশ্যে পিচত হাউলীৰ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷
বৰপেটা, ১০ অক্টোবৰঃ বৰপেটাৰ হাউলীৰ খাটালপাৰাত আজি সন্ধিয়া অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ অগ্নিকাণ্ডটোৰ ফলত তিনিটা পৰিয়ালৰ প্ৰায় ৪০ লাখ টকাৰ সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে ৷ হাউলীৰ খাটালপাৰা গাৱৰ নয়ন দাসৰ ঘৰৰ পৰা জুইৰ সূত্ৰপাত ঘটে ৷ Body:অগ্নিকাণ্ডটোত নয়ন দাসৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে সুভদ্ৰা দাস আৰু বিজু দাস নামৰ পৰিয়াল দুটাৰ ঘৰ আৰু সা সম্পত্তি ভস্মীভূত হয় ৷ স্থানীয় লোকে জনোৱা মতে, নয়ন দাসৰ ভনীয়েকৰ বিয়াৰ বাবে সাজু কৰা আচবাব, কাপোৰ আৰু গহনাকে ধৰি প্ৰায় ২৫ লাখ টকাৰ সম্পত্তি জুইত জাহ যায় ৷ ইপিনে সুভদ্ৰা দাস আৰু ৰাজু দাসৰ ঘৰতো জুই লগাৰ ফলত উক্ত পৰিয়াল দুটাৰো প্ৰায় ১৫ লাখ টকাৰ সম্পত্তি জুইত জাহ যায় ৷ স্থানীয় লোকে জুই নিৰ্বাপনৰ বাবে যৎপৰোনাস্তি চেষ্টা চলায় ৷ অবশ্যে পিচত হাউলীৰ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷
Conclusion:বাইটঃ স্থানীয় যুৱক ৷
--- বাপকন দাস, বৰপেটা৷৷