ETV Bharat / state

কলগাছিয়াত শিক্ষকৰ মৃত্যু: অঞ্চলজুৰি শোকৰ ছাঁ

বুধবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰাৰ লগে লগে কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ কিন্তু আদবাটতে মৃত্যুক সাবটি ল'ব লগা হয় শিক্ষক খন্দোকাৰ আৰমান আলিয়ে

author img

By

Published : May 30, 2019, 5:33 PM IST

কলগাছিয়াত শিক্ষকৰ মৃত্যু: অঞ্চলজুৰি শোকৰ ছাঁ

জনীয়া,৩০ মে’: বৰপেটা জিলাৰ জনীয়া সমষ্টি কলগাছিয়াৰ শিক্ষাক খন্দোকাৰ আৰমান আলিৰ বুধবাৰে ৰাতি ১১:৩০ বজাত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬০ বছৰ। বুধবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰাৰ লগে লগে কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে যদিও আদবাটতে মৃত্যুক সাবটি ল'ব লগা হয় শিক্ষক গৰাকীয়ে। যাৰ বাবে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে । তেখেতৰ কৰ্মজীৱনৰ প্ৰথম অৱস্থাত কলগাছিয়া সমবায়ৰ সভাপতি আছিল। তাৰ পিছত কলগাছিয়া কে কে পাঠক এম ই স্কুলত হিন্দী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে । এটা সময়ত এই বিদ্যালয়ত থাকোতেই চি আৰ চিৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল । আকৌ কে কে পাঠকত ভৰ্তি হোৱাৰ পাছত বিভাগৰ পৰা পদোন্নতি হৈ প্ৰথমতে বজালীৰ ভিতৰত এখন এম ই স্কুলৰ প্ৰধান শিক্ষক হৈছিল।

কলগাছিয়াত শিক্ষকৰ মৃত্যু: অঞ্চলজুৰি শোকৰ ছাঁ

লগতে পঢ়ক: ধুমুহাই কালৰূপ ধাৰণ কৰিলে তেজপুৰত

পৰৱৰ্তী সময়ত স্থানান্তৰ হৈ বৰপেটা ৰোডৰ মণিপুৰী বস্তিৰ বিদ্যাপীঠ এম ই স্কুলৰ প্ৰধান শিক্ষক হিচাপে ভৰ্তি হয়। তাৰ পৰা যোৱা জানুৱাৰী মাহৰ ৩১ তাৰিখে চাকৰি জীৱনৰ সমাপ্তি হয় ৷ তেওঁ ইহসংসাৰত এগৰাকী কন্যা আৰু এজন পুত্ৰ এৰি থৈ গৈছে ৷

Intro:slug: as_jania_30may_honesty_teacher's_death_story_vis3+byt2+pho1_asc10058

জনীয়া, ৩০ মে: কলগাছিয়াত শিক্ষকৰ মৃত্যু: অঞ্চলজুৰি শোকৰ ছাহ।Body:slug: as_jania_30may_honesty_teacher's_death_story_vis3+byt2+pho1_asc10058

বৰপেটা জিলাৰ জনীয়া সমষ্টি কলগাছিয়াৰ শিক্ষাগুৰু খন্দোকাৰ আৰমান আলি বুধবাৰ ৰাতি ১১:৩০ বজাত হৃদৰোগত আক্রান্ত হৈ মৃত্যুবৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬০ বছৰ। বুধবাৰে ৰাতি হঠাৎ অসুস্থ হৈ পৰে লগে লগে কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ডক্টৰে গুৱাহাটী মেডিকেললৈ প্ৰেৰণ কৰে যদিও আধা ৰাস্তাতেই মৃত্যুক সাবটি লব লগা হয় শিক্ষক গৰাকীয়ে। যাৰ বাবে অঞ্চলজুৰি শোকৰ ছাহ পৰিছে। তেখেতৰ কৰ্মজীৱনৰ প্ৰথম অৱস্থাত কলগাছিয়া সমবায়ৰ সভাপতি আছিল। তাৰ পিছত কলগাছিয়া কে কে পাঠক এম ই স্কুলত হিন্দী শিক্ষক হিচাবে কৰ্মজীৱন আৰম্ভ কৰে। এটা সময়ত এই স্কুলত থাকোতেই চি আৰ চিৰ দায়িত্ব ভাৰ গ্ৰহণ কৰিছিল। আকৌ কে কে পাঠকত ভৰ্তি হোৱাৰ পাছত বিভাগৰ পৰা পদোন্নতি হৈ প্ৰথমতে বজালিৰ ভিতৰত এখন এম ই স্কুলৰ প্ৰধান শিক্ষক হৈছিল। পৰৱৰ্তী সময়ত স্থানান্তৰ হৈ বৰপেটা ৰোডৰ মণিপুৰী বস্তিৰ বিদ্যাপীঠ এম ই স্কুলৰ প্ৰধান শিক্ষক হিচাপে ভৰ্তি হয়। তাৰ পৰা যোৱা জানুৱাৰী মাহৰ ৩১ তাৰিখত চাকৰি জীৱন সমাপ্তি হয়। তেখেত এজন নিষ্ঠা সততা পৰিপাঠী গুণৰ শিক্ষক আছিল। শিক্ষক গৰাকীয়ে পৰিয়ালত এজনী ছোৱালী আৰু এজন লোৰা থৈ চিৰদিনৰ বাবে এই জীৱনৰ পৰা গুচি যায়।Conclusion:slug: as_jania_30may_honesty_teacher's_death_story_vis3+byt2+pho1_asc10058

বাইট: শিক্ষক গৰাকীৰ ভাতৃ আৰু স্থানীয় ৰাইজ।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.