বৰপেটা, 10 মে'ঃ বৰপেটা ৰত্ন গোকুল পাঠকৰ দেহাৱসান
বৰপেটাৰ অংকুৰম হাস্পটালত মৃত্যু হয় সাহিত্য়ক গৰাকীৰ
সন্ধ্য প্ৰায় ৮.৩০ বজাত দেহাৱসান ঘটে শিল্পী গৰাকীৰ

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৫ বছৰ
তেখেতৰ মৃত্যুত সমগ্ৰ বৰপেটা জিলাত শোকৰ ছাঁ পৰিছে
আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টেলিফোনযোগে স্বাস্থ্যৰ খবৰ লৈছিল গোকুল পাঠকৰ
শনিবাৰে এক নিৰ্দেশনাযোগে ৰাজ্য চৰকাৰে গোকুল পাঠকৰ চিকিৎসাৰ সমস্ত ব্যয় বহন কৰিছিল