ETV Bharat / state

বৰপেটাৰ জনীয়াত তীব্ৰ গৰাখহনীয়া

author img

By

Published : May 27, 2020, 12:00 PM IST

বৰপেটাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত চিকনি, ঝাউৰিমাৰী, শৈলমাৰী অঞ্চলত তীব্ৰ গৰাখহনীয়া । গৰাখহনীয়াৰ ক্ষেত্ৰত শীঘ্ৰেই চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কলগাছিয়া আমছুৰ ।

বৰপেটাৰ জনীয়াত তীব্ৰ গৰাখহনীয়া
বৰপেটাৰ জনীয়াত তীব্ৰ গৰাখহনীয়া

বৰপেটা, 27 মে’: কৰ'ণাতংকৰ মাজতে মঙলবাৰে কালৰূপ ধাৰণ কৰিছে বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াই । বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত চিকনি, ঝাউৰিমাৰী, শৈলমাৰী আদি অঞ্চলত বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াৰ ফলত বেঁকী নদীৰ বুকুত জাহ যায় শ শ বিঘা কৃষিভূমি । ধান, মৰাপাট, মাকৈ আদি খেতি জাহ যোৱাৰ সমন্তৰালকৈ কেবাটাও পৰিয়ালৰ ঘৰ-মাটি-ভেটি উচন যোৱা বুলি জানিব পৰা গৈছে ৷

বৰপেটাৰ জনীয়াত তীব্ৰ গৰাখহনীয়া

জিলা আমছুৱে এই গৰাখহনীয়া পৰিদৰ্শন কৰে আৰু এই ক্ষেত্ৰত চৰকাৰক শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ছাত্ৰ সংগঠনটোৱে।

লগতে পঢ়ক: 1 জুনৰ পৰা ভক্তৰ বাবে মুকলি হ'ব কৰ্ণাটকৰ মন্দিৰসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.