ETV Bharat / state

লক ডাউনৰ পিচত এইবাৰ গৰাখহনীয়াই চিন্তিত কৰিছে কৃষকক

author img

By

Published : Jun 2, 2020, 7:22 PM IST

লক ডাউনৰ পিচত এইবাৰ আগ বাৰিষাৰ বানে চিন্তিত কৰি তুলিছে কৃষক সকলক । বেকী নৈৰ গৰাখহনীয়াই এতিয়া নিদ্ৰা হৰণ কৰিছে নৈপৰীয়া কৃষকৰ ।

cultivators facing loss due to river erosion in jania

জনিয়া, ২ জুনঃ লক ডাউনৰ ফলত সমগ্ৰ ৰাজ্যতে নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা খেতিৰ ফচল । লক ডাউন শিথিলৰ সময়লৈ বহু খেতিয়কৰ উৎপাদিত সামগ্ৰী নষ্ট হৈ যায় খেতিপথাৰতে । পাচলিৰ আশা বাদ দি খেতিয়ক সকলে পুনৰ ধান,মৰাপাট আদি খেতি কৰিছে যদিও,খেতি ঠন ধৰি উঠাৰ সময়তে পুনৰ বানপানীৰ তাণ্ডৱে কৃষকসকলৰ মাজত সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতিৰ ।

উৎপাদিত সামগ্ৰী নষ্ট  খেতিপথাৰতে
উৎপাদিত সামগ্ৰী নষ্ট খেতিপথাৰতে

বেকী নৈৰ গৰাখহনীয়াই এতিয়া নিদ্ৰা হৰণ কৰিছে নৈপৰীয়া কৃষকৰ । উপায়ন্তৰ হৈ পৰা কৃষকসকলে চৰকাৰে ক্ষতি পূৰণ নিদিলে আত্মহত্যাৰ বিকল্প নাই বুলি উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত । প্ৰধানমন্ত্ৰীয়ে কৃষকৰ বাবে গ্ৰহণ কৰা আঁচনি সঠিকভাৱে ৰূপায়ণ কৰিছে সচেতন মহলে ।

গৰাখহনীয়াই চিন্তিত কৰিছে কৃষকক

লগতে চাওকঃ বাইহাটাত কোভিড-19 আক্ৰান্ত মহকুমা স্বাস্থ্য বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.