ETV Bharat / state

খাৰুপেটীয়াত ইলিয়াছ আলীক উষ্ম আদৰণি

author img

By

Published : Mar 11, 2021, 8:48 PM IST

বৃহস্পতিবাৰে দলগাঁও সমষ্টিৰ তিনিবাৰৰ বিধায়ক ইলিয়াছ আলীক কৰ্মী-সমৰ্থকসকলে ফুলাম গামোচা, ফুলৰ মালাৰে উস্ম আদৰণি জনায় । খাৰুপেটীয়া কলেজ ফিল্ডৰ পৰা আলীক বিশাল সমদল কৰি দলগাঁও হৈ বেছিমাৰীলৈ আদৰি নিয়ে কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকলে ।

খাৰুপেটীয়াত ইলিয়াচ আলীক উষ্ম আদৰণি
খাৰুপেটীয়াত ইলিয়াচ আলীক উষ্ম আদৰণি

দলগাঁও,১১ মাৰ্চ: বিৰোধী মিত্ৰজোঁটৰ কংগ্ৰেছৰ প্ৰাৰ্থীক আদৰণি খাৰুপেটীয়াত । ৬৮ নং দলগাঁও সমষ্টিত কংগ্ৰেছৰ তিনিবাৰৰ বিধায়ক ইলিয়াছ আলীয়ে পুনৰ দলীয় প্ৰাৰ্থিত্ব লাভ কৰাত উৎফুল্লিত হৈ পৰিছে দলটোৰ কৰ্মী-সমৰ্থকসকল । তাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে দলগাঁও সমষ্টিৰ তিনিবাৰৰ বিধায়ক আলীক কৰ্মী-সমৰ্থকসকলে ফুলাম গামোচা, ফুলৰ মালাৰে উষ্ম আদৰণি জনায় ৷ খাৰুপেটীয়া কলেজ ফিল্ডৰ পৰা আলীক বিশাল সমদল কৰি দলগাঁও হৈ বেছিমাৰীলৈ আদৰি নিয়ে কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকলে ।

খাৰুপেটীয়াত ইলিয়াছ আলীক উষ্ম আদৰণি

উল্লেখযোগ্য যে, ৬৮ নং দলগাঁও সমষ্টিত বিৰোধী মিত্ৰজোঁটৰ নিৰ্বাচনী যুঁজত বন্ধুত্বমূলকভাৱে অৱতীৰ্ণ হ’ব কংগ্ৰেছ প্ৰাৰ্থী ইলিয়াছ আলী আৰু এআইইউডিএফৰ প্ৰাৰ্থী মজিবৰ ৰহমান । সাম্প্ৰদায়িক বিজেপিক পৰাজিত কৰাই বিৰোধী মিত্ৰজোঁটৰ মূল লক্ষ্য আৰু উদ্দেশ্য বুলি কয় দলগাঁও সমষ্টিৰ পৰা তিনিবাৰকৈ বিজয়ী বিধায়ক ইলিয়াছ আলীয়ে ।

লগতে পঢ়কঃ বিধায়ক গুৰুজ্যোতি দাসৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.