পাঠশালা,29 জুলাইঃ দেওবাৰে বৰপেটাৰ বজালীৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মী সোচ্চাৰ হৈ পৰিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৷ বিত্তমন্ত্ৰী হিচাপে হিমন্তক ব্যৰ্থ মন্ত্ৰী আখ্যা দি ভৱিষ্যত হিমন্ত বিশ্ব থাকিলে অসম ৰসাতলে যাব বুলি উল্লেখ কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷ উল্লেখ্য যে, কংগ্ৰেছী নেতা গিৰিশ পাটগিৰিক লগত লৈ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে ৰূপজ্যোতি গোস্বামীয়ে ৷ বজালীৰ মহাৰাণী নদী পাৰ আৰু ৰনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি মহাৰাণীৰ ভঙা মথাউৰি নিৰ্মাণ নকৰাত চৰকাৰ সমালোচনা কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷
হিমন্ত বিশ্বৰ বিৰুদ্ধে গৰজি উঠিল ৰূপজ্যোতি - ৰূপজ্যোতি
দেওবাৰে বজালীৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷
পাঠশালা,29 জুলাইঃ দেওবাৰে বৰপেটাৰ বজালীৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মী সোচ্চাৰ হৈ পৰিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৷ বিত্তমন্ত্ৰী হিচাপে হিমন্তক ব্যৰ্থ মন্ত্ৰী আখ্যা দি ভৱিষ্যত হিমন্ত বিশ্ব থাকিলে অসম ৰসাতলে যাব বুলি উল্লেখ কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷ উল্লেখ্য যে, কংগ্ৰেছী নেতা গিৰিশ পাটগিৰিক লগত লৈ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে ৰূপজ্যোতি গোস্বামীয়ে ৷ বজালীৰ মহাৰাণী নদী পাৰ আৰু ৰনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি মহাৰাণীৰ ভঙা মথাউৰি নিৰ্মাণ নকৰাত চৰকাৰ সমালোচনা কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷
ড০ হিমন্ত বিশ্ব শৰ্মা ৰ বিৰুদ্ধে চি বি আইৰ তদন্তৰ দাবী ৰূপজ্যোতি কুৰ্মী ৰ llBody:Pathsala Rupjyuti kurmi
পাঠশালা,২৯জুলাই: হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যতে হৈ থাকিলে অসম ৰসাতলে যোৱাৰ দাবী ll
বিত্ত মন্ত্ৰী হিচাপে হিমন্ত বিশ্বক ব্যৰ্থ আখ্যা ll
বজালী ৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ উপস্থিত কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী ll
কংগ্ৰেছী নেতা গিৰিশ পাটগিৰি ক লগত লৈ অঞ্চল পৰিদৰ্শন ৰূপজ্যোতি কুৰ্মী ৰ ll
বজালী ৰ মহাৰাণী নদী পাৰ অাৰু ৰনা উচ্ছতৰ মাধ্যমিক বিদ্যালয় ৰ আশ্ৰয় শিবিৰ দৰ্শন ll
ড০ হিমন্ত বিশ্ব শৰ্মা ক তীব্ৰ সমালোচনা ৰূপজ্যোতি কুৰ্মী ৰ ll
হিমন্ত বিশ্ব শৰ্মাই নাম্ মাত্ৰ বজালীৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি মহাৰাণী ৰ ভগা মাথাউৰি পৰিদৰ্শন নকৰাত তীব্ৰ সমালোচনা কুৰ্মী ৰ ll
ভূটানে পানী এৰি দিয়াৰ পূৰ্বে ৰাইজ ক সতৰ্ক কৰাৰ প্ৰয়োজন আছিল llConclusion:বাইট-২
ভিডিঅ'-১
ফটো-১
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।