ETV Bharat / state

বৰপেটাৰোডত চুৰি কম্পিউটাৰসহ আটক এটা চোৰ - বৰপেটাৰোডত কম্পিউটাৰ সহ আটক এটা চোৰ

মঙলবাৰে বিলাসীপাৰা বজাৰত কম্পিউটাৰটো বিক্ৰী কৰিবলৈ লৈ যাওঁতেই স্থানীয় ৰাইজে আটক কৰে চোৰটোক ৷ স্থানীয় ৰাইজে চোৰটোক সোধা পোছা কৰাত ধৃত আব্দুলে কম্পিউটাৰটো চুৰ কৰা বুলি স্বীকাৰ কৰে

বৰপেটাৰোডত কম্পিউটাৰ সহ আটক এটা চোৰ
author img

By

Published : Jun 11, 2019, 5:39 PM IST

বৰপেটাৰোড,11 জুনঃ বৰপেটাৰোডৰ পাইকাৰী শাক-পাচলি বজাৰৰ এনামূল হোছেইনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা যোৱা 9 জুনৰ নিশা আব্দুল ৰহিম নামৰ এটা চোৰে চুৰি কৰিছিল এটা কম্পিউটাৰ ৷

বৰপেটাৰোডত কম্পিউটাৰ সহ আটক এটা চোৰ

মঙলবাৰে বিলাসীপাৰা বজাৰত কম্পিউটাৰটো বিক্ৰী কৰিবলৈ লৈ যাওঁতেই স্থানীয় ৰাইজে আটক কৰে চোৰটোক ৷ স্থানীয় ৰাইজে চোৰটোক সোধা পোছা কৰাত চোৰটোৱে কম্পিউটাৰটো চুৰি কৰা বুলি স্বীকাৰ কৰে ৷ পিচত স্থানীয় ৰাইজে চোৰজনক উত্তম মধ্যম দি কম্পিউটাৰসহ বৰপেটাৰোড আৰক্ষীক গতাই দিয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে চোৰটোৰ পৰা জব্দ কৰিছে কম্পিউটাৰটো ৷

Intro:বৰপেটাৰোডত কম্পিউটাৰ সহ এজন চোৰ আটক কৰিছে আৰক্ষীয়ে ৷
Body:বৰপেটাৰোড: বৰপেটাৰোডৰ পাইকাৰী শাক পাচলি বজাৰৰ এনামূল হোছেইনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা চুৰি কৰি নিয়া এটা কম্পিউটাৰ সহ এজন চোৰ বৰপেটাৰোড আৰক্ষীয়ে আটক কৰে ৷ চোৰজনৰ নাম আব্দুল ৰহিম ৷ বৰপেটাৰোডৰ বিলাসীপাৰা গাওৰ আবুল কাশেমৰ পুত্ৰ আব্দুল ৰহিমে যোৱা ৯ জুনৰ নিশা ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ চুৰ কৰি নি বৰপেটাৰোডৰ বিলাসীপাৰা বজাৰত মঙলবাৰে বিক্ৰী কৰাৰ বাবে লৈ গৈছিল ৷ স্হানীয় ৰাইজে চোৰ জনক সোধা পোচা কৰাত কম্পিউটাৰটো চুৰ কৰা বুলি স্বীকাৰ কৰে ৷ Conclusion:স্হানীয় ৰাইজে চোৰজনক উত্তম মাধ্যম দি কম্পিউটাৰ সহ বৰপেটাৰোড আৰক্ষীক গতাই দিয়ে ৷ আৰক্ষীয়ে চোৰ জনৰ পৰা কম্পিউটাৰ মাউচ আৰু কী বোৰ্ড উদ্ধাৰ কৰিছে ৷

Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.