ETV Bharat / state

বিটিআৰৰ ৩৫ লাখ জনসাধাৰণে বিপিএফক ৰিজেক্ট কৰিছেঃপ্ৰমোদ বড়ো

বিটিচিক হাগ্ৰামা মহিলাৰীয়ে দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ নগৰ হিচাপে গঢ়িব বিচাৰিছিল ৷ কিন্তু ইউপিপিএলে এনে হ'বলৈ নিদিয়ে ৷ সোমবাৰে বাক্সাৰ শালবাৰীত ইউ পি পি এলৰ পৰিৱৰ্তন জনসভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷ তদুপৰি বি পি এফৰ দুৰ্নীতিৰ চৰকাৰক ওফৰাই ইউ পি পি এলৰ চৰকাৰ গঠন কৰাৰ দাবীৰে প্ৰমোদ বড়োৱে বিজেপি আৰু ইউ পি পি এলৰ মাজত কোনোধৰণৰ মিত্ৰতা নাই বুলিও উল্লেখ কৰে ৷

author img

By

Published : Nov 9, 2020, 7:42 PM IST

as_01_bar_UPPL_MEETING_vis_10030
BTR ৰ ৩৫ লাখ জনসাধাৰণে বিপিএফক ৰিজেক্ট কৰিছেঃপ্ৰমোদ বড়ো

বৰপেটাৰোড, 9 নৱেম্বৰঃ বিটিচিক হাগ্ৰামা মহিলাৰীয়ে দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ নগৰ হিচাপে গঢ়িব বিচাৰিছিল ৷ কিন্তু ইউপিপিএলে এনে হ'বলৈ নিদিয়ে ৷ সোমবাৰে বাক্সাৰ শালবাৰীত ইউ পি পি এলৰ পৰিৱৰ্তন জনসভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷ তদুপৰি বি পি এফৰ দুৰ্নীতিৰ চৰকাৰক ওফৰাই ইউ পি পি এলৰ চৰকাৰ গঠন কৰাৰ দাবীৰে প্ৰমোদ বড়োৱে বিজেপি আৰু ইউ পি পি এলৰ মাজত কোনোধৰণৰ মিত্ৰতা নাই বুলিও উল্লেখ কৰে ৷

ইপিনে,সভাপতিগৰাকীয়ে বিটিআৰৰ ৩৫ লাখ জনসাধাৰণে বিপিএফক ৰিজেক্ট কৰিছে বুলি কৈ এতিয়া বিপিএফৰ প্ৰস্থানৰ সময় আৰু ইউপিপিএলৰ আগমনৰ সময় হৈছে বুলি কয় ৷আনহাতে নিজৰ ভাষণত সভাপতি প্ৰমোদ বড়োৱে বি টি আৰত এতিয়া নাঙলৰ দিন নাই, এতিয়া ট্ৰেক্টৰৰ দিন চলি আছে যাৰ বাবে বিটিআৰত ভাল খেতি হৈছে বুলি বিপিএফক কটাক্ষ কৰে ৷

লগতে পঢ়কঃ নীলা পানী হ্ৰদত প্ৰশাসনৰ ১৪৪ ধাৰা বলবৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.