ETV Bharat / state

পাঠশালাত ৰসায়ন বিজ্ঞানৰ কিতাপ উন্মোচন

দশম শ্ৰেণীৰ বাবে উপযোগীকৈ লিখা ৰসায়ন বিজ্ঞানৰ কিতাপখন দেওবাৰে উন্মোচন কৰে বজালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ৰবীন কলিতাই । বিশিষ্ট নিবন্ধকাৰ পুলু কুমাৰ শৰ্মাই আঁত ধৰা উন্মোচনী সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

পাঠশালাত কৃতি শিক্ষকৰ ৰসায়ন বিষয়ক গ্ৰন্থ উন্মোচন
author img

By

Published : May 26, 2019, 6:43 PM IST

পাঠশালা, ২৬ মে': পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰবীণ পাঠকৰ দ্বাৰা ৰচিত পুথি উন্মোচন । দশম শ্ৰেণীৰ বাবে উপযোগীকৈ লিখা ৰসায়ন বিজ্ঞানৰ কিতাপখন দেওবাৰে উন্মোচন কৰে বজালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ৰবীন কলিতাই । বিশিষ্ট নিবন্ধকাৰ পুলু কুমাৰ শৰ্মাই আঁত ধৰা উন্মোচনী সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আনহাতে, দশম শ্ৰেণীৰ বাবে প্ৰস্তুত কৰা ৰসায়নৰ প্ৰসংগ পুথিখনৰ পৰা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব বুলি বিশ্বাসী লেখকগৰাকী ৷

Intro:Pathsala Book release

পাঠশালা ত কৃতি শিক্ষকৰ ৰসায়ন বিষয়ক গ্ৰন্থ উন্মোচনBody:Pathsala Book release

পাটাছাৰকুছি,২৬মে: পাঠশালা ৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী কৃতি শিক্ষকৰ দাৰা ৰচিত দশম শ্ৰেণীৰ বাবে উপযোগী এখনি গ্ৰন্থ অাজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ত উন্মোচন কৰা হয় l প্ৰৱীন পাঠকে ৰচনা কৰা এই গ্ৰন্থ খন আনুষ্ঠনিক ভাৱে উন্মোচন কৰে বজালী মহাবিদ্যালয় ৰ প্ৰাক্তন অধ্যাপক ৰবিন কলিতা দেবে l বিশিষ্ট নিৱন্ধ কাৰ পুলু কুমাৰ শৰ্মা ই আঁত ধৰা উক্ত গ্ৰন্থ উন্মোচনী সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে l দশম শ্ৰেণীৰ বাবে প্ৰস্তুত কৰা ৰসায়ন ৰ প্ৰসংগ পুথি খনৰ পৰা ছাত্ৰ ছাত্ৰী সকল যথেষ্ট উপকৃত হব বুলি বিশ্বাসী শিক্ষক প্ৰৱীন পাঠক l উল্লেখযোগ্য যে পাঠশালা ৰ অন্যতম অগ্ৰনী চৰকাৰী শিক্ষানুস্হান বজালী উচ্ছতৰ মাধ্যমিক বিদ্যালয় ৰ এইগৰাকী শিক্ষকৰ বহু কৃতি ছাত্ৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তত সফল জীৱন অতিবাহিত কৰি অাছে l

Conclusion:Pathsala book release

বাইট-১
ভিডিঅ'-৪
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.