ETV Bharat / state

কলগাছিয়া গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি উন্মোচন স্মৃতিগ্ৰন্থ

কলগাছিয়াত যোৱা ৭ মাৰ্চৰ পৰা আৰম্ভ হৈছে দশম কলগাছিয়া গ্ৰন্থমেলা । গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি জ্যেষ্ঠ সাংবাদিক মৌলনা আব্দুল হামিদৰ সম্পাদনাত বিশিষ্ট সমাজকৰ্মী মৰহুম কদ্দুচ দেৱনী স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয় ৷

Book Inauguration at jania kalgasia book fair barpeta assam etv bharat news
স্মৃতিগ্ৰন্থ উন্মোচন
author img

By

Published : Mar 9, 2020, 11:49 PM IST

জনিয়া,9 মাৰ্চঃ কলগাছিয়াত যোৱা ৭ মাৰ্চৰ পৰা আৰম্ভ হৈছে দশম কলগাছিয়া গ্ৰন্থমেলা । গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি জ্যেষ্ঠ সাংবাদিক মৌলনা আব্দুল হামিদৰ সম্পাদনাত বিশিষ্ট সমাজকৰ্মী মৰহুম কদ্দুচ দেৱনী স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয় ৷ লগতে নাট্যকাৰ ছাহেদ আলীৰ সংকলন 'খেদ ঐ খেদ বিদেশী খেদ' নামৰ নাট্য সংকলনটি উন্মোচন কৰা হয় ।

স্মৃতিগ্ৰন্থ উন্মোচন

আনহাতে,এম মোজাম্মেল হুছেইনৰ সভাপতিত্বত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয় । সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ খনিন চৌধুৰী,চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি ড৹ হাফিজ আহমেদ,পালহাজি কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মজিবুৰ ৰহমানকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে চাওকঃকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্মীৰ স্বাস্থ্য পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.