ETV Bharat / state

ভূটানে এৰিলে পানীঃ সষ্টম জিলা প্ৰশাসন

author img

By

Published : Jul 25, 2019, 7:23 PM IST

ভূটানে এৰিলে পানী । ২৭৫ জন লোকক নাৱেৰে ওখ ঠাইলৈ অনাৰ লগতে প্ৰায় তিনিশ পশুধনো চৰ অঞ্চলৰ পৰা ওখ ঠাইলৈ উদ্ধাৰ কৰিলে বাক্সা-বৰপেটা জিলা প্ৰশাসনে

ভূটানে এৰিলে পানীঃ সষ্টম জিলা প্ৰশাসন

বৰপেটা, 25 জুলাইঃ ভূটানে পানী এৰা সন্দৰ্ভত বাক্সা আৰু বৰপেটা জিলা প্ৰশাসনে বুধবাৰে নৈ পৰীয়া ৰাইজক দিছিল সতৰ্কবাণী৷ সেই মৰ্মে বৰপেটা আৰু বাক্সা জিলা প্ৰশাসনে যাৱতীয় সকলো ব্যৱস্থা গঢ়ি তুলিছিল । সাজু কৰি ৰাখিছিল এছ ডি আৰ এফ সেনাৰ ৯ ৰেজিমেণ্টৰ দল । লগতে জিলা প্ৰশাসনে নাৰায়ণগুৰী আৰু ছাফাকামাৰৰ চৰত বসবাস কৰা ২৭৫ জন লোকক নাৱেৰে ওখ ঠাইলৈ আনিছিল ৷ কেৱল সেয়াই নহয়, প্ৰায় তিনিশ পশুধনো চৰ অঞ্চলৰ পৰা ওখ ঠাইলৈ লৈ আনিছিল প্ৰশাসনে ৷ কিন্তু বৃহস্পতিবাৰে বাৰে বেকী নৈত মাত্ৰ ২৭ ছেণ্টিমিটাৰ পানীহে বৃদ্ধি পোৱা পৰিলক্ষিত হয় ৷ সেয়েহে সম্প্ৰতি বানপানীৰ বাবে শংকিত নহয় নৈপৰীয়া অঞ্চলৰ লোক সকল ৷

ভূটানে এৰিলে পানীঃ সষ্টম জিলা প্ৰশাসন

উল্লেখ্য মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা তথা বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত নাৰায়নগুৰীৰ মথাউৰীক লৈ শংকিত হৈছিল জনসাধাৰণ । ২০০৪ আৰু ২০০৭ বৰ্ষত ভূটানৰ কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত নাৰায়নগুৰীৰ মথাউৰি চিঙি বিধ্বংসী ৰূপ লৈছিল আৰু বাক্সা আৰু বৰপেটাৰ বিভিন্ন প্ৰান্ত সৃষ্টি হৈছিল মহা প্ৰলয় ।

Intro:এইবেলিও ভূটানে পানী এৰিব বুলি বাক্সা আৰু বৰপেটা জিলা প্ৰশাসনে কালি নৈ পৰীয়া ৰাইজক সতৰ্কবাণী কৰি দিছিল ৷ সেই মৰ্মে বৰপেটা আৰু বাক্সা জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গঢ়ি তুলিছিল। সাজু কৰি ৰাখিছিল এছ ডি আৰ এফৰ সেনাৰ ৯ জাত ৰেজিমেণ্টৰ দল । জিলা প্ৰশাসনে নাৰায়ণগুৰী আৰু ছাফাকামাৰৰ চৰত বসবাস কৰা ২৭৫ জন লোকক নাওৰে ওখ ঠাইত আনিছিল ৷ লগতে প্ৰায় তিনিশ পশুধনও চৰ অঞ্চলৰ পৰা ওখ ঠাইলৈ লৈ আনিছিল ৷ কিন্তু বৃহস্পতিবাৰে বাৰে বেকী নৈত মাত্ৰ ২৭ ছেণ্টিমিটাৰ মান পানীহে বৃদ্ধি পালে ৷ সম্প্ৰতি নৈপৰীয়া অঞ্চলৰ লোক সকল বানপানীৰ বাবে শংকিত নহয় ৷Body:উল্লেখ্য মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা তথা বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত নাৰায়নগুৰীৰ মথাউৰীক লৈ শংকিত হৈছিল জনসাধাৰণ । ২০০৪ আৰু ২০০৭ বৰ্ষত ভূটানৰ কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত নাৰায়নগুৰীৰ মথাউৰি চিঙি বিধ্বংসী ৰূপ লৈছিল বাক্সা আৰু বৰপেটাৰ বিভিন্ন প্ৰান্ত।সৃষ্টি হৈছিল মহা জলপ্ৰলয় ।Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.