ETV Bharat / state

বৰপেটাত অবৈধ সুৰাৰ ঘাটি উৎখাত কৰিলে মহিলাই - জনীয়া বিধানসভা সমষ্টিৰ উপনিৰ্বাচন

বৰপেটাৰ গান্ধী নগৰত অবৈধ সুৰাৰ বিৰুদ্ধে মহিলাৰ অভিযান ৷ বৰপেটা চহৰত ড্ৰাই ডে'ৰ মাজতে মহিলাই চলালে অভিযান ৷

ড্ৰাই ডে'ৰ মাজতে বৰপেটাত অবৈধ সুৰাৰ ঘাটি উৎখাত
author img

By

Published : Oct 21, 2019, 7:38 AM IST

বৰপেটা, 20 অক্টোবৰঃ বৰপেটাৰ গান্ধী নগৰত অবৈধ সুৰাৰ বিৰুদ্ধে মহিলাৰ অভিযান ৷ বৰপেটা চহৰত ড্ৰাই ডে'ৰ মাজতে মহিলাৰ এই অভিযানত জব্দ হয় ৮ কাৰ্টন বিলাতী সুৰা, এক কাৰ্টন বিয়েৰৰ লগতে তিনি বস্তা চুলাই মদ আৰু অবৈধ বিলাতী সুৰা ৷ সোমবাৰে অনুষ্ঠিত হ'বলগীয়া জনীয়া বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ২২ অক্টোবৰলৈকে বৰপেটা জিলাত অব্যাহত আছে ড্ৰাই ডে' ৷ বৰপেটা জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আবকাৰী আইনৰ বিধি ব্যৱস্থাৰ অধীনত শান্তি শৃংখলা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত বৰপেটাত সুৰাৰ বিক্ৰী, সৰবৰাহ আৰু সেৱন সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰিছে যদিও এনেদৰেই চলি আছে সুৰাৰ অবৈধ বেহা ৷

Intro:
বৰপেটা, ২০ অক্টোবৰঃ বৰপেটাৰ গান্ধী নগৰত নিশা একাংশ মহিলাৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ৷ বৰপেটা চহৰত ড্ৰাই ডে'ৰ মাজতে মহিলাৰ অভিযানত জব্দ অবৈধ বিলাতী সুৰা ৷ চহৰখনৰ একাংশ মহিলাই গান্ধী নগৰৰ অবৈধ সুৰা ব্যৱসায়ী এজনৰ ঘৰত অতৰ্কিতে অভিযান চলাই জব্দ কৰে ৮ কাৰ্টন বিলাতী সুৰা, এক কাৰ্টন বিয়েৰৰ লগতে তিনি বস্তা চুলাই মদ । Body:বৰপেটাত অব্যাহত থকা ড্ৰাই ডে'ৰ মাজতে সুৰা জব্দৰ ঘটনাক লৈ বৰপেটাত তাবিৰ প্ৰতিক্ৰীয়া ৷ সোমবাৰে অনুষ্ঠিত হবলগীয়া জনিয়া বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ২২ অক্টোবৰলৈকে বৰপেটাত অব্যাহত আছে ড্ৰাই ডে' ৷ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আবকাৰী আইনৰ বিধি ব্যৱস্থাৰ অধীনত শান্তি শৃংখলা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত বৰপেটাত সুৰাৰ বিক্ৰি, সৰবৰাহ আৰু সেৱন সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰা হৈছে যদিও বৰপেটাত এনেদৰেই চলি আছে সুৰাৰ অবৈধ বেহা ৷

Conclusion:--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.