ETV Bharat / state

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন

author img

By

Published : Apr 22, 2019, 5:14 PM IST

২৩ এপ্ৰিলত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ইতিমধ্য়ে সাজু বৰপেটা জিলা প্ৰশাসন ৷ বৰপেটা লোকসভা সমষ্টিত মুঠ তেৰগৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা ৷ বৰপেটা লোকসভা সমষ্টিৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে বিষয়া-কৰ্মচাৰীৰ দল ।

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন

বৰপেটা, ২২ এপ্ৰিলঃ বৰপেটা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ বৰপেটা লোকসভা সমষ্টিত মুঠ তেৰ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা ৷ বৰপেটাত মূলত অগপৰ কুমাৰ দীপক দাস, কংগ্ৰেছৰ আব্দুল খালেক আৰু এ আই ইউ ডি এফৰ ড0 হাফিজ ৰফিকুল ইছলামৰ মাজতে হ’ব তুমুল যুঁজ ৷

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন

এই লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৬, ৭৬, ৮৫৪ গৰাকী ৷ ইয়াৰে ৮,৬৫, ৩০০ গৰাকী পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হৈছে ৮, ১১, ৫৫৪ গৰাকী ৷ মুঠ ১৩৫৪ টা ভেটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিব ভোটাৰে ৷ বৰপেটা লোকসভা সমষ্টিৰ দূৰ্গম অঞ্চলত স্থাপন কৰা হৈছে ১৪০ টা ভোটগ্ৰহণ কেন্দ্ৰ ৷ দুৰ্গম অঞ্চলত দেওবাৰেই ভোটগ্ৰহণকাৰী বিষয়া সকল ৰাওনা হোৱাৰ বিপৰীতে বাকি ১২১৪ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ সোমবাৰে ৰাওনা হৈছে বিষয়া কৰ্মচাৰীসকল ৷ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ত স্থাপন কৰা নিৰ্বাচন নিয়ন্ত্ৰণ কক্ষৰ পৰা ৰাওনা হৈছে ভোটগ্ৰহণত নিয়োজিত বিষয়া কৰ্মচাৰীসকল ৷

Slug:        A_BAR_22APR_805TO806_BARPETA_POLLING_PREPARATION_DL+VIS_BAPKAN_DAS                                                       

ভোটগ্ৰহন কেন্দ্ৰলৈ ৰাওনা ভোটগ্ৰহনকাৰী বিষয়া-কৰ্মচাৰীৰ দল ৷

বৰপেটা, ২২ এপ্ৰিলঃ  তৃতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া বৰপেটা লোকসভা সমষ্টিত ২৩ এপ্ৰিলত হব ভোটগ্ৰহন ৷ বৰপেটা লোকসভা সমষ্টিত মুঠ তেৰগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ বৰপেটাত মুলতঃ অগপৰ কুমাৰ দীপক দাস, কংগ্ৰেছৰ আব্দুল খালেক আৰু এআইইউডিএফৰ ড0 হাফিজ ৰফিকুল ইছলামৰ মাজতে হব মুল যুঁজ ৷ বৰপেটা লোকসভা সমষ্টিৰ মুঠ ভোটাৰ ১৬, ৭৬, ৮৫৪ গৰাকী ৷ ইয়াৰে ৮,৬৫, ৩০০ গৰাকী পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা- ৮, ১১, ৫৫৪ গৰাকী ৷ বৰপেটা লোকসভা সমষ্টিৰ ১৩৫৪ টা ভেটগ্ৰহন কেন্দ্ৰত ভোটাধিকাৰ সাব়্যস্ত কৰিব ভোটাৰে ৷ বৰপেটা লোকসভা সমষ্টিৰ দূৰ্গম অঞ্চলত স্থাপন কৰা ১৪০ টা ভোটগ্ৰহন কেন্দ্ৰলৈ বৰিবাৰে ৰাওনা হৈছে আৰু ১২১৪ টা ভোট গ্ৰহন কেন্দ্ৰলৈ আজি ৰাওনা হৈছে ভোটগ্ৰহনকাৰী বিষয়া কৰ্মচাৰীসকল ৷ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ত স্থাপন কৰা নিৰ্বাচন নিয়ন্ত্ৰন কক্ষৰ পৰা ভোটগ্ৰহনত নিয়োজিত বিষয়া কৰ্মচাৰীসকল ৰাওনা হৈছে ৷  
--- বাপকন দাস, বৰপেটা

ফুটেজ,  আৰু ডি এল ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.