ETV Bharat / state

যান বাহন আইন উলংঘা কৰা চালকৰ বিৰুদ্ধে কঠোৰ বৰপেটা আৰক্ষী - বৰপেটা

বৰপেটাৰ উপ আৰক্ষী অধীক্ষক মদন চন্দ্ৰ কলিতাৰ নেতৃত্বত বৰপেটা আৰক্ষীৰ অভিযান ৷ যান বাহন আইন অমান্য কৰা চালকৰ বিৰুদ্ধে কঠোৰ বৰপেটা আৰক্ষী ৷

Barpeta police tacking action against the rule breaker
যান বাহন আইন উলংঘা কৰা চালকৰ বিৰুদ্ধে কঠোৰ বৰপেটা আৰক্ষী
author img

By

Published : Oct 31, 2020, 3:15 PM IST

বৰপেটা,৩১ অক্টোবৰঃ যান বাহন আইন অমান্য কৰা চালকৰ বিৰুদ্ধে পুনৰ কঠোৰ বৰপেটা আৰক্ষী ৷ বৰপেটাৰ উপ আৰক্ষী অধীক্ষক মদন চন্দ্ৰ কলিতাৰ নেতৃত্বত বৰপেটা আৰক্ষীয়ে চহৰখনত আৰম্ভ কৰিছে বিশেষ অভিযান ৷ দুচকীয়া আৰু চাৰিচকীয়া বাহন চলোৱাৰ ক্ষেত্ৰত যি সকল চালকে যান বাহন আইন উলংঘা কৰে তেওঁলোকৰ বিৰুদ্ধে বিহিছে জৰিমনা ৷ ভয়াৱহ কৰ'ণাৰ বাবে মাস্ক লগোৱা বাধ্যতামূলক কৰা হৈছে, কিন্তু যান বাহন চলোৱাৰ সময়ত মাস্ক পৰিধান নকৰা,এখন দুচকীয়া বাহনত দুজন পুৰুষ আহা যোৱা কৰা,হেলমেট পৰিধান নকৰা,চীট বেল্ট নলগোৱা আদিৰ বিৰুদ্ধে জৰিমনা বিহিছে বৰপেটা আৰক্ষীয়ে ৷

যান বাহন আইন উলংঘা কৰা চালকৰ বিৰুদ্ধে কঠোৰ বৰপেটা আৰক্ষী

আনহাতে মহামাৰী কৰ'ণাৰ বিৰুদ্ধে ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় আৰক্ষীয়ে ৷ ক'ভিডৰ নীতি নিয়ম মানি ভয়াৱহতাৰ পৰা নিজক বচাই ৰাখিবলৈ ৰাইজক কাতৰ আহ্বান বৰপেটা আৰক্ষীৰ ৷

লগতে পঢ়ক: COVID19 ৰ বাবে ভংগ ঐতিহাসিক টীয়কৰ বামুনপুখুৰী ৰাসৰ নাটৰ পৰম্পৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.