ETV Bharat / state

বৰপেটাত ৪০ টা ৰন্ধন গেছ ভৰ্তি চিলিণ্ডাৰ উদ্ধাৰঃ দুজনক গ্ৰেপ্তাৰ - ইন্নুছ আলী

কামৰূপ জিলাৰ ছয়গাঁও থানাৰ অধীনৰ পুৰাণকুছিয়া গাঁৱৰ পৰা ইন্নুছ আলীয়ে বহৰিৰ ৰৌমাৰী পথাৰ গাঁৱলৈ কঢ়িয়াই আনিছিল চিলিণ্ডাৰসমূহ ৷

বৰপেটাত ৪০ টা ৰন্ধন গেছ ভৰ্তি চিলিণ্ডাৰ উদ্ধাৰ
author img

By

Published : Sep 5, 2019, 1:36 PM IST

  • বৰপেটাৰ বহৰিৰ সমীপৰ ৰৌমাৰী পথাৰ গাঁৱত আৰক্ষীৰ অভিযান
  • আৰক্ষীৰ অভিযানত উদ্ধাৰ ৪০ টা ৰন্ধন গেছ ভৰ্তি চিলিণ্ডাৰ
  • বহৰি-তাৰাবাৰী থানাৰ আৰক্ষীয়ে বুধবাৰে নিশা চলাইছিল অভিযান
  • ৰৌমাৰী পথাৰ গাঁৱৰ পৰা উদ্ধাৰ কৰে চিলিণ্ডাৰসমূহ
  • ছহিদুল ইছলামৰ নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে চিলিণ্ডাৰসমূহ
  • বুধবাৰে নিশা ব্ৰহ্মপুত্ৰৰে এখন ইঞ্জিন নাৱত বহৰিলৈ কঢ়িয়াই আনিছিল চিলিণ্ডাৰসমূহ
    বৰপেটাত ৪০ টা ৰন্ধন গেছ ভৰ্তি চিলিণ্ডাৰ উদ্ধাৰ

কামৰূপ জিলাৰ ছয়গাঁও থানাৰ অধীনৰ পুৰাণকুছিয়া গাঁৱৰ পৰা ইন্নুছ আলীয়ে বহৰিৰ ৰৌমাৰী পথাৰ গাঁৱলৈ কঢ়িয়াই আনিছিল চিলিণ্ডাৰসমূহ ৷
ইতিমধ্যে ভাৰত আৰু ইণ্ডেনৰ গেছ চিলিণ্ডাৰসমূহ জব্দ কৰাৰ লগতে ৰৌমাৰী পথাৰ গাৱৰ ছহিদুল ইছলাম আৰু ছয়গাঁৱৰ পুৰাণকুছিয়া গাঁৱৰ ইন্নুছ আলীক গ্ৰেপ্তাৰ কৰিছে বৰপেটা আৰক্ষীয়ে ৷ ঘটনা সম্পৰ্কত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

Intro:
বৰপেটা ৫ ছেপ্তেম্বৰ: বৰপেটাৰ বহৰিৰ সমীপৰ ৰৌমাৰী পথাৰ গাৱত আৰক্ষীৰ অভিযান ৷

আৰক্ষীৰ অভিযানত উদ্ধাৰ ৪০ টা ৰন্ধন গেছ ভৰ্তি চিলিণ্ডাৰ ৷

বহৰি-তাৰাবাৰী থানাৰ আৰক্ষীয়ে বুধবাৰে নিশা ৰৌমাৰী পথাৰ গাৱত অভিযান চলাই উদ্ধাৰ কৰে এই চিলিণ্ডাৰসমুহ ৷

Body:আৰক্ষীয়ে ৰৌমাৰী পথাৰ গাৱৰ ছহিদুল ইছলামৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ৰন্ধন গেছভৰ্তি চিলিণ্ডাৰসমুহ ৷

বুধবাৰে নিশা ব্ৰহ্মপুত্ৰ নৈৰে এখন ইঞ্জিন নাৱত বহৰিলৈ কঢ়িয়াই আনিছিল চিলিণ্ডাৰসমুহ ৷

কামৰূপ জিলাৰ ছয়গাও থানাৰ অধীনৰ পুৰাণকুছিয়া গাৱৰ পৰা ইন্নুছ আলীয়ে বহৰিৰ ৰৌমাৰী পথাৰ গাৱলৈ কঢ়িয়াই আনিছিল চিলিণ্ডাৰসমুহ ৷

ইতিমধ্যে ভাৰত আৰু ইণ্ডানেৰ গেছ চিলিণ্ডাৰসমুহ জব্দ কৰাৰ লগতে ৰৌমাৰী পথাৰ গাৱৰ ছহিদুল ইছলাম আৰু ছয়গাৱৰ পুৰাণকুছিয়া গাৱৰ ইন্নুছ আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

এই ঘটনা সম্পৰ্কে আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷ Conclusion:--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.