ETV Bharat / state

বৰপেটা হাউলীত শ্বহীদ বেদীৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন

author img

By

Published : Jun 23, 2019, 5:26 PM IST

কিন্তু সম্প্ৰতি শ্বহীদ বেদীটো জৰাজীৰ্ণ হৈ পৰাৰ বাবে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ অনিৰ্ধাৰিত পুঁজিৰে শ্বহীদ বেদীটো পুনৰ নিৰ্মাণৰ বাবে আঁচনি গ্ৰহন কৰে ৷ প্ৰায় ২০ লক্ষ টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা শ্বহীদ বেদীটো অতি আকৰ্ষনীয়ভাৱে নিৰ্মাণ কৰাৰ বাবে প্ৰসিদ্ধ ভাস্কর্য শিল্পী বীৰেণ সিংহই নক্সা প্ৰস্তুত কৰিছে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শ্বহীদ বেদীটোৰ নিৰ্মাণৰ বাবে 20  লাখ টকাৰ সাহাৰ্য্য আগবঢ়াইছে যদিও প্ৰয়োজন হ'লে পুনৰ ধন আগবঢ়াব বুলি মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাগৰাকীয়ে জানিবলৈ দিয়ে ৷

বৰপেটা হাউলীত শ্বহীদ বেদীৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন

বৰপেটা, ২৩ জুনঃ অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত মাতৃভূমিৰ বাবে আত্ম বলিদান দিয়া বীৰ শ্বহীদ সকলৰ পবিত্র স্মৃতিত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে দেওবাৰে বৰপেটা হাউলীত এটি শ্বহীদ বেদীৰ আধাৰশিলা স্থাপন কৰে ৷ হাউলীৰ শ্বহীদ মধু বৈশ্যৰ পুত্র বাবুল বৈশ্য আৰু ভাস্কর্য শিল্পী বীৰেণ সিংহৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা গৰাকীয়ে শ্বহীদ বেদীটোৰ আধাৰশিলা স্থাপন কৰে ৷ ১৯৮৫ চনতে সুধাকন্ঠ ড. ভূপেন হাজৰিকাই আধাৰশিলাটো স্থাপন কৰি ১৯৮৭ চনত শ্বহীদ বেদীটো উন্মোচন কৰিছিল ৷

অসম আন্দোলনৰ শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত নিৰ্মাণ কৰিবলৈ লোৱা শ্বহীদ বেদীৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস , বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা , অসম চৰকাৰৰ সমাজকল্যান বিভাগৰ সচিব হেমেন দাস, গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্ত্রা মহেন্দ্ৰ দাসৰ লগতে সদৌ অসম ছাত্র সন্থাৰ একাংশ নেতায়ো অংশগ্ৰহন কৰে ।

Slug:      as_bar_23june_swahid_bedi_aadharshila_vis+bite_7203841                     

 মুখ্যমন্ত্ৰীৰ আন টাইড ফাণ্ডৰ অৰ্থ সাহাৰ্যৰে বৰপেটাৰ হাউলীত শ্বহীদ বেদীৰ পুনৰ নিৰ্মানৰ আধাৰ শিলা স্থাপন হৃষীকেশ গোস্বামীৰ ৷৷

বৰপেটা, ২৩ জুনঃ  অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত মাতৃ ভুমিৰ বাবে আত্ম বলিদান দিয়া বীৰ শ্বহীদ সকলৰ প্ৰবিত্র স্মৃতিত আজি বৰপেটাৰ হাউলীত এটি শ্বহীদ  বেদীৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে ৷ হাউলীৰ শ্বহীদ মধুবৈশ্যৰ পুত্র বাবুল বৈশ্য আৰু প্ৰসিদ্ধ ভাস্কৰ বীৰেণ সিংহৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা তথা অসম আন্দোলনৰ আগশাৰীৰ নেতা হৃষীকেশ গোস্বামীয়ে শ্বহীদ বেদীটোৰ আধাৰশিলা স্থাপন কৰে ৷ ভাৰত ৰত্ন ড: ভুপেন হাজৰিকাই ১৯৮৫ চনত আধাৰশিলা স্থাপন কৰাৰ লগতে শিল্পীগৰাকীয়ে ১৯৮৭ চনত উন্মোচন কৰিছিল  হাউলী শ্বহীদ বেদীটো । কিন্তু সম্প্ৰতি শ্বহীদ বেদীটো জৰাজীৰ্ন হৈ পৰাৰ বাবে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ অনিৰ্ধাৰিত পুজিৰে শ্বহীদ বেদীটো পুনৰ নিৰ্মানৰ বাবে আঁচনি গ্ৰহন কৰিছে ৷ প্ৰায় ২০ লক্ষ টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা শ্বহীদ বেদীটো অতি আকৰ্ষনীয়ভাৱে নিৰ্মাণ কৰাৰ বাবে প্ৰসিদ্ধ ভাস্কৰ বীৰেণ সিংহই নক্সা প্ৰস্তুত কৰিছে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বাননিদ সোনোৱালে শ্বহীদ বেদীটোৰ নিৰ্মাণৰ বাবে বিশ লাখ টকাৰ সাহ্যাৰ্য আগবঢ়াইছে যদিও প্ৰয়োজন হলে পুনৰ ধন আগবঢ়াব বুলি মুখ্যমনিত্ৰীৰ প্ৰেছ উপদেষ্টাগৰাকীয়ে জানিবলৈ দিয়ে ৷ অসম আন্দোলনৰ শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত নিৰ্মান কৰিবলৈ লোৱা শ্বহীদ বেদীৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস , বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা , অসম চৰকাৰৰ সমাজকল্যান বিভাগৰ সচিব হেমেন দাস, গডকাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্ত্রা  মহেন্দ্ৰ দাসৰ  লগতে সদৌ অসম ছাত্র সন্থাৰ একাংশ নেতায়ো অংশগ্ৰহন কৰে ।

বাইটঃ হৃষীকেশ গোস্বামী ৷                                                  --- বাপকন দাস, বৰপেটা                                                              ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.