ETV Bharat / state

বৰপেটাৰ বাঘবৰত তিনি লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ - Forest Department seized Illegal Timber

বৰপেটাৰ বাঘবৰত বন বিভাগৰ অভিযানত জব্দ তিনি লক্ষাধিক টকাৰ কাঠ ৷ ৰঙিয়া বন সংমণ্ডল আৰু বৰপেটাৰোড বনাঞ্চলিক বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান ৷

বাঘবৰত চোৰাং কাঠ জব্দ
চোৰাং কাঠ জব্দ
author img

By

Published : Dec 30, 2019, 11:24 PM IST

বৰপেটা, 30 ডিচেম্বৰঃ বৰপেটাৰ বাঘবৰত বন বিভাগৰ অভিযান ৷ ৰঙিয়া বন সংমণ্ডল আৰু বৰপেটাৰোড বনাঞ্চলিক বিষয়াৰ নেতৃত্বত বাঘবৰত চলিছিল চোৰাং কাঠৰ বিৰুদ্ধে অভিযান ৷ এই অভিযানত বাঘবৰ বজাৰৰ কেবাখনো দোকানৰ পৰা বন বিভাগে জব্দ কৰে প্ৰায় তিনি লক্ষাধিক টকাৰ চোৰাং কাঠ ৷

চোৰাং কাঠ জব্দ

বৰপেটা খণ্ড বন বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী আৰু আৰক্ষী-চিআৰপিএফ জোনানৰ সহযোগত চলোৱা হৈছিল এই অভিযান ৷ অৱশ্যে অভিযানৰ পূৰ্বে চোৰাং কাঠ ব্যৱসায়ীসকলে পলায়ন কৰাৰ ফলত কোনো লোক আটক কৰিব নোৱাৰিলে বন বিভাগে ৷ উল্লেখ্য যে, বৰপেটাৰ ব্ৰহ্মপুত্ৰ নদীপথেৰে দক্ষিণ কামৰূপ বনাঞ্চলৰ পৰা সৰবৰাহ কৰা চোৰাং কাঠেৰে বাঘবৰত গঢ়ি উঠিছে চোৰাং কাঠৰ এখন বৃহৎ বজাৰ ৷

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত অগ্নিকাণ্ড

Intro:

বৰপেটা, ৩০ ডিচেম্বৰঃ বৰপেটাৰ বাঘবৰত বন বিভাগৰ অভিযান ৷ ৰঙিয়া বন সংমণ্ডল আৰু বৰপেটাৰোড বন আঞ্চলিক বিষয়াৰ নেতৃত্বত বাঘবৰত চলিল চোৰাং কাঠৰ বিৰুদ্ধে অভিযান ৷ এই অভিযানত বাঘবৰ বজাৰৰ কেবাখনো দোকানৰ পৰা বন বিভাগে জব্দ কৰে প্ৰায় তিনি লক্ষাধিক টকাৰ চোৰাং কাঠ ৷ Body:
বৰপেটা খণ্ড বন বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী আৰু আৰক্ষী-চিআৰপিএফ জোনানৰ সহযোগত চলোৱা হৈছিল এই অভিযান ৷ এই অভিযানৰ পূৰ্বে চোৰাং কাঠ ব্যৱসায়ীসকল পলায়ন কৰাৰ ফলত কোনো এগৰাকী চোৰাং কাঠ ব্যৱসায়ীকে আটক কৰিব নোৱাৰি বন বিভাগে ৷ উল্লেখ্য যে, বৰপেটাৰ ব্ৰহ্মপুত্ৰ নদীপথেৰে দক্ষিণ কামৰূপ বনাঞ্চলৰ পৰা সৰবৰাহ কৰা চোৰাং কাঠেৰে বাঘবৰত গঢ়ি উঠিছে চোৰাং কাঠৰ এখন বৃহৎ বজাৰ ৷ Conclusion:
বাইটঃ বন বিষয়া ৷

--- বাপকন দাস, বৰপেটা ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.