ETV Bharat / state

বৰপেটা দৌল মহোৎসৱঃ জনসমাগমক লৈ চিন্তিত বৰপেটা স্বাস্থ্য বিভাগ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

হোলীৰ অনুষ্ঠানৰ পৰা বৰপেটা বাসীক আঁতৰি থাকিবলৈ আহ্বান বৰপেটা স্বাস্থ্য বিভাগৰ ৷ সমগ্ৰ বিশ্বজুৰি প্ৰভাৱ পেলোৱা কৰ'ণা ভাইৰাছ সংক্ৰমণৰ আশংকাৰ বাবে এই সজাগতামূলক আহ্বান বিভাগটোৰ ৷

বৰপেটা দৌল মহোৎসৱঃ জনসমাগমক লৈ চিন্তিত বৰপেটা স্বাস্থ্য বিভাগ

author img

By

Published : Mar 8, 2020, 10:19 AM IST

বৰপেটা, ৮ মাৰ্চঃ কৰ'ণা ভাইৰাছক লৈ সৰ্বত্ৰে সৃষ্টি হোৱা বিভীষিকাৰ বাবেই এইবাৰ দেশৰ ৰাষ্ট্ৰপতিৰ লগতে হোলী অনুষ্ঠান বাতিল কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ৷ সমগ্ৰ বিশ্বজুৰি প্ৰভাৱ পেলোৱা এই বিজাণুৰ আতংক ৰোধৰ বাবে সজাগতা কাৰ্যসূচী আৰম্ভ কৰিছে বৰপেটা স্বাস্থ্য বিভাগে ৷ বৰপেটা সত্ৰত অনুষ্ঠিত হ'বলগীয়া দৌল মহোৎসৱত দেশ বিদেশৰ বহু পৰ্যটকে অংশগ্ৰহন কৰে ৷ তেনে কোনো পৰ্যটকৰ পৰা যাতে এই বিজাণু সংক্ৰমিত নহয় তাৰ বাবে ৰাইজক জনসমাগমৰ পৰা আতৰি থকাৰ আহ্বান জনাইছে স্বাস্থ্য বিভাগে ৷ আনকি পাৰ্যমানে হোলীৰ অনুষ্ঠানৰ পৰা আঁতৰি থাকিবলৈয়ো আহ্বান বৰপেটাৰ স্বাস্থ্য বিভাগৰ ৷

বৰপেটা দৌল মহোৎসৱঃ জনসমাগমক লৈ চিন্তিত বৰপেটা স্বাস্থ্য বিভাগ

লগতে পঢ়কঃ ফাঁচীবজাৰত নাই ফাকুৱাৰ উচাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.