ETV Bharat / state

বৰপেটা জিলা কংগ্ৰেছৰ পদযাত্ৰা - শুকুৰ আলী

মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্মজয়ন্তী উপলক্ষে বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত পদযাত্ৰা ৷ এই পদযাত্ৰাত অংশগ্ৰহণ কৰে সাংসদ আব্দুল খালেক, চেঙাৰ বিধায়ক শুকুৰ আলী আহমেদকে ধৰি কংগ্ৰেছ দলৰ বিভিন্ন পৰ্য্যায়ৰ নেতা কৰ্মী তথা সমৰ্থক সকলে ৷

বৰপেটা জিলা কংগ্ৰেছৰ পদযাত্ৰা
author img

By

Published : Oct 3, 2019, 4:14 AM IST

Updated : Oct 3, 2019, 8:51 AM IST

বৰপেটা, 2 অক্টোবৰঃ মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্মজয়ন্তী উপলক্ষে বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত পদযাত্ৰা ৷ এই পদযাত্ৰাত অংশগ্ৰহণ কৰে সাংসদ আব্দুল খালেক, চেঙাৰ বিধায়ক শুকুৰ আলী আহমেদকে ধৰি কংগ্ৰেছ দলৰ বিভিন্ন পৰ্য্যায়ৰ নেতা কৰ্মী তথা সমৰ্থক সকলে ৷

বৰপেটা জিলা কংগ্ৰেছৰ পদযাত্ৰা

এই পদযাত্ৰাত গান্ধীজী অমৰ ৰহে, ধৰ্মৰ ৰাজনীতি বন্ধ কৰক, হিংসাৰ ৰাজনীতি বন্ধ কৰক, গান্ধীজীৰ শান্তিৰ বাণী বিলাই দিয়ক, সাম্প্ৰদায়িক ৰাজনীতি নচলিব আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ মুখৰিত কৰি তোলে । এই পদযাত্ৰা কোনো নিৰ্বাচন কেন্দ্ৰিক নহয় বুলি মন্তব্য প্ৰদান কৰে ছেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলীয়ে ৷ লগতে সাংসদ আব্দুল খালেকে কয় যে ধৰ্মৰ ৰাজনীতিত আজি সমগ্ৰ দেশ অস্থিৰ হৈ থকা সময়ত কংগ্ৰেছে গান্ধীজীৰ শান্তিৰ বাৰ্তা বিলাই সাম্প্ৰদায়িক অপশক্তিক মষিমূৰ কৰাৰ প্ৰয়াস কৰিছে ৷

Intro:slug: as_jania_02oct_jania_padajatra_vis2+byt2+pho1_story_asc10058

Anchor: জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত এক পদযাত্ৰা উলিওৱা হয়। জনীয়া সমষ্টিৰ কৰাৰকুৰ পৰা জনীয়ালৈ উলোৱা এই পদযাত্ৰী।Body:slug: as_jania_02oct_jania_padajatra_vis2+byt2+pho1_story_asc10058

Anchor: জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত এক পদযাত্ৰা উলিওৱা হয়। জনীয়া সমষ্টিৰ কৰাৰকুৰ পৰা জনীয়ালৈ উলোৱা এই পদযাত্ৰী।

VO: জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বুধবাৰে বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত গান্ধী জয়ন্তী উপলক্ষে কৰাৰকুৰ বেঁকী দলঙৰ পৰা জনীয়ালৈ এক বিশাল পদযাত্ৰা উলিয়ায় । পদযাত্ৰাত অংশগ্ৰহণ কৰা কংগ্ৰেছ দলৰ বিভিন্ন পৰ্য্যায়ৰ নেতা কৰ্মী সমৰ্থক সকলে গান্ধীজী অমৰ ৰহে, ধৰ্মৰ ৰাজনীতি বন্ধ কৰক, সিংহাৰ ৰাজনীতি বন্ধ কৰক, গান্ধীজীৰ শান্তিৰ বানী বিলাই দিয়ক, সাম্প্ৰদায়িক ৰাজনীতি নচলিব আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ মোখৰিত কৰি তোলে। উক্ত পদযাত্ৰাত সাংসদ আব্দুল খালেক, চেঙাৰ বিধায়ক শুকুৰ আলী আহমেদ,বৰপেটা জিলা পৰিষদৰ সভানেত্ৰী খানম নাজিমা আহমেদ, বৰপেটা জিলা কংগ্ৰেছৰ তত্বাৱধায়ক দিগন্ত চৌধুৰী, জনীয়া জিলা পৰিষদৰ এম হাবিবুল্লাহ,জনীয়া বিধান সভা সমষ্টিৰ উপনিৰ্বাচনৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ছামচুল হক আদি কৰি বিভিন্ন সমষ্টিৰ বহুতো জন প্ৰতিনিধি, দলীয় নেতা, কৰ্মীয়ে অংশগ্ৰহণ কৰে। বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত উলিওৱা এই পদযাত্ৰা নিৰ্বাচন কেন্দ্ৰিক নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰাত প্ৰাক্তন মন্ত্ৰী তথা ছেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী আৰু সাংসদ আব্দুল খালেকে কয় যে, এয়া কোনো নিৰ্বাচন কেন্দ্ৰি নহয়। বৰঞ্চ ধৰ্মৰ ৰাজনীতিত আজি সমগ্ৰ দেশ অস্থিৰ তেনে সময়ত কংগ্ৰেছে গান্ধীজীৰ শান্তিৰ বাৰ্তা বিলাই সাম্প্ৰদায়িক অপশক্তিক মষিমূৰ কৰাৰ প্ৰয়াস কৰিছে।Conclusion:slug: as_jania_02oct_jania_padajatra_vis2+byt2+pho1_story_asc10058

Byte: সাংসদ আব্দুল খালেক আৰু প্ৰাক্তন মন্ত্ৰী তথা ছেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
Last Updated : Oct 3, 2019, 8:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.