ETV Bharat / state

নৰেন্দ্ৰ মোডীৰ শাসনত সুৰক্ষিত নহয় দেশৰ সাৰ্বভৌমত্ব : আব্দুল ৰহিম খান - প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী

বৰপেটাত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ আব্দুল ৰহিম খানৰ সংবাদমেল নৰেন্দ্ৰ মোডীৰ শাসনত সুৰক্ষিত নহয় দেশৰ সাৰ্বভৌমত্ব ৷ চীনৰ আক্ৰমণক লৈ প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ বক্তব্য পৰস্পৰ বিৰোধী বুলিও সমালোচনা কৰে আব্দুল ৰহিম খান ৷

barpeta congress press meet abdul rahim khan
নৰেন্দ্ৰ মোডীৰ শাসনত সুৰক্ষীত নহয় দেশৰ সাৰ্বভৌমত্বঃ আব্দুল ৰহিম খান
author img

By

Published : Jun 26, 2020, 10:13 PM IST

বৰপেটা,২৬জুনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সুৰক্ষিত নহয় দেশৰ সাৰ্বভৌমত্ব ৷ পাকিস্তান,নেপালৰ পিছতে চীনে লাডাখৰ গালোৱান উপত্যকাত ভাৰতৰ সীমান্তৰ ভিতৰলৈ সোমাই আহি ২০ জনকৈ জোৱানক হত্যা কৰাৰ ঘটনাক তীব্ৰভাবে সমালোচনা কৰিছে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে ৷

নৰেন্দ্ৰ মোডীৰ শাসনত সুৰক্ষিত নহয় দেশৰ সাৰ্বভৌমত্বঃ আব্দুল ৰহিম খান

শুক্ৰবাৰে বৰপেটাৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ মুখপাত্ৰ গৰাকীয়ে চীনৰ আক্ৰমণক লৈ প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ বক্তব্য পৰস্পৰ বিৰোধী বুলিও সমালোচনা কৰে ৷ নৰেন্দ্ৰ মোডীৰ শাসনত দেশৰ সীমা সুৰক্ষিত নহয় আৰু দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰি এই ঘটনাৰ বাবে প্ৰধানমন্ত্ৰীক ধিক্কাৰ জনায় আব্দুৰ ৰহিম খানে ৷ সংবাদমেলখনত বৰপেটা জিলাৰ কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাই কেন্দ্ৰীয় চৰকাৰক ভাৰতৰ জনসাধাৰণ তথা ভাৰতৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত ব্যৰ্থ বুলি উল্লেখ কৰে ৷

লগতে পঢ়কঃ চিপ লোৱা অৱস্থাত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.