ETV Bharat / state

বৰপেটাত নিজৰ ৰাস্তা নিজেই নিৰ্মাণ কৰিলে ৰাইজে - বৰপেটা

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৩৫ নং উত্তৰ বেতবাৰী গাঁও পঞ্চায়তৰ অধীনৰ উত্তৰ কালজাৰ গাঁওখনৰ মাজেৰে পাৰহৈ যোৱা হাউলী নগৰ সংযোগী পথছোৱা স্বাধীনতাৰ ৭২ বছৰ পাচতো আজিলৈকে পকীকৰণ নহ'ল । আনকি মেৰামতিৰ নামতো আজিলৈকে একোৱেই নকৰিলে বিধায়ক কিম্বা কোনো পঞ্চায়ত প্ৰতিনিধিয়ে ।

চৰকাৰলৈ বাট নাচাই বজালীত ৰাইজে নিৰ্মাণ কৰিলে পথ
author img

By

Published : Jun 17, 2019, 8:57 AM IST

পাাটছাৰকুছি, 17 জুনঃ ৰাজ্যত বাট-পথৰ দুৰৱস্থাই উদঙাই দিছে উন্নয়নৰ প্ৰকৃত স্বৰূপ । যাৰ ফলত দৈনিক যাতায়তৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভুগিবলগীয়া সৰ্বসাধাৰণ ৰাইজে । জনপ্ৰতিনিধিৰ চৰম অৱহেলাৰ বাবে যাতায়তৰ ক্ষেত্ৰত অতিষ্ঠ হৈ ৰাজ্যৰ বিভিন্ন স্থানত নিজেই পথ নিৰ্মাণ কৰাত নামিছে ৰাইজ ।

বৰপেটাত নিজৰ ৰাস্তা নিজেই নিৰ্মাণ কৰিলে ৰাইজে

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৩৫ নং উত্তৰ বেতবাৰী গাঁও পঞ্চায়তৰ অধীনৰ উত্তৰ কালজাৰ গাঁওখনৰ মাজেৰে পাৰহৈ যোৱা হাউলী নগৰ সংযোগী পথছোৱা স্বাধীনতাৰ ৭২ বছৰ পাচতো আজিলৈকে পকীকৰণ নহ'ল । আনকি মেৰামতিৰ নামতো আজিলৈকে একোৱেই নকৰিলে বিধায়ক কিম্বা কোনো পঞ্চায়ত প্ৰতিনিধিয়ে । ফলত সামান্য বৰষুণ ফলতেই পথছোৱা হৈ পৰে যাতায়তৰ বাবে অসম্ভৱ । একাঠু বোকাৰ মাজেৰে যাতায়ত কৰিবলগীয়া হয় ৰাইজে । ফলত এতিয়া গাঁওখনৰ ৰাইজে নিজৰ পথ নিজেই নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে । লগতে নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ অহা জনপ্ৰতিনিধিক পহু খেদা দিয়াৰো হুংকাৰ দিয়ে স্থানীয় ৰাইজে ।

Intro:Road construction by public

যাতায়তৰ ক্ষেত্রত নৰক যন্ত্রনাত ভুগিছে সৰুক্ষেত্রী সমষ্টিৰ ৰাইজ , কান সাৰনাই জনপ্ৰতিনিধিৰ । ফলত ৰাইজে নিৰ্মান কৰিলে পথ ।
Body:Road construction by public

বজালী, ১৬ জুনঃ ৰাজ্যৰ বাট পথৰ দুৰৱস্থাই ইতিমধ্যে উদঙাই দিছে পৰিবৰ্তন কামী চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ । যাৰ ফলত দৈনিক যাতায়তৰ ক্ষেত্রত নৰক যন্ত্রনা ভোগ কৰিব লগা হৈছে সৰ্ব সাধাৰণ ৰাইজে । জনপ্ৰতিনিধিৰ চৰম অৱহেলাৰ বাবে যাতায়তৰ ক্ষেত্রত অতিষ্ঠহৈ ৰাজ্যৰ বিভিন্ন স্থানত ৰাইজে নিজৰ পথ নিজেই নিৰ্মানত ব্যস্ত হোৱা দেখা গৈছে । এয়া বৰপেটা জিলাৰ সৰুক্ষেত্রী সমষ্টিৰ অন্তৰগৰ ৩৫ নং উত্তৰ বেতবাৰী গাওঁ পঞ্চায়তৰ অধীনৰ উত্তৰ কালজাৰ গাওঁৰ দৃশ্য । গাওঁখনৰ মাজেৰে পাৰহৈ যোৱা হাউলী নগৰ সংযোগী পথছোৱা স্বাধীনতাৰ ৭২ বছৰ পিছতো আজিলৈকে পকী কৰন নহল । আনকি মেৰামতিৰ নামতো আজিলৈকে একোই নকৰি বিধায় কিম্বা কোনো পঞ্চায়ত প্ৰতিনিধিয়ে । ফলত সামান্য বৰষুন দিলেই পথচোৱা যাতায়তৰ বাবে অসম্ভব হৈ পৰে । আনকি একাঠু বোকাৰ মাজৰে যাতায়ত কৰিব লাগে ৰাইজে । ফলত গাওঁ খনৰ ৰাইজে নিজৰ পথ নিজে নিৰ্মান কৰাত এনেদৰে নামি পৰা পৰিলক্ষিত হৈছে । লগতে নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিবলৈ অহা জনপ্ৰতিনিধিক পশু খেদা দিয়াৰো হুংকাৰ দিয়ে স্থানীয় ৰাইজে ।Conclusion:বাইট-১
ভিডিঅ'-৩
ফটো-১
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি
ফোন-৮৬৩৮০৬৬১৬৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.