ETV Bharat / state

অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰাইজুদ্দিন !

author img

By

Published : Mar 27, 2021, 9:20 PM IST

৪৪ নং জনীয়া বিধান সভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মহম্মদ ৰাইজুদ্দিনে চলাই আহিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ এইবাৰ নিৰ্বাচনত এক লাখ ভোট পাই বিধায়ক নিৰ্বাচিত হ’ব বুলি দাবী কৰিছে মহম্মদ ৰাইজুদ্দিনে ।

অসমৰ পৰবৰ্তী মূখ্যমন্ত্ৰী ৰাইজুদ্দিন !
অসমৰ পৰবৰ্তী মূখ্যমন্ত্ৰী ৰাইজুদ্দিন !

জনীয়া, 27 মাৰ্চ : ৪৪ নং জনীয়া বিধান সভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মহম্মদ ৰাইজুদ্দিনে চলাই আহিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ এইবাৰ নিৰ্বাচনত এক লাখ ভোট পাই বিধায়ক নিৰ্বাচিত হ’ব বুলি দাবী কৰিছে মহম্মদ ৰাইজুদ্দিনে ।

অসমৰ পৰবৰ্তী মূখ্যমন্ত্ৰী ৰাইজুদ্দিন !

"কোনো এটা জোঁটেই একক সংখ্যা গৰিষ্ঠতা নাপায় আৰু সেয়ে নিৰ্দলীয়া বিধায়কেহে চৰকাৰ গঠনত নিৰ্ণায়ক ভূমিকা পালন কৰিব ।" তেনেস্থলত যিকোনো জোঁটৰ চৰকাৰ গঠন কৰিবলৈ মাত্ৰ এজন বিধায়কৰ সংখ্যা কম থাকিলে আৰু তেওঁৰ পৰা সমৰ্থন বিচাৰিলে তেওঁ মুখ্যমন্ত্ৰীৰ আসন দাবী কৰিব বুলি কয় ৰাইজুদ্দিনে ৷

লগতে পঢ়ক: ডিগবৈত ভোটাধিকাৰ সাব্যস্ত কৰিলে সুৰেণ ফুকনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.