ETV Bharat / state

চৰকাৰৰ বিৰুদ্ধে বন্যাৰ্তৰ প্ৰতিবাদ - প্ৰতিবাদ

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত ৬৯ টা পৰিয়ালত এতিয়া তীব্ৰ খাদ্য সংকটত আছে । বিগত ২০ দিনত এই পৰিয়াল কেইটাই চৰকাৰৰ ফালৰ বান সাহাৰ্যৰ নামত পাইছে মাত্ৰ তিনিদিনৰ খাদ্য । পানী কমিছে যদিও আশ্ৰয় শিবিৰৰ পৰা এতিয়াও ঘৰলৈ উভতিব পৰা নাই এই পৰিয়াল কেইটা ।

চৰকাৰৰ বিৰুদ্ধে বন্যাতৰ প্ৰতিবাদ
author img

By

Published : Jul 28, 2019, 5:50 PM IST

বৰপেটা ২৮ জুলাইঃ বৰপেটাৰ কলগাছিয়াৰ খাৰবাল্লিত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ বানাক্ৰান্ত ৰাইজৰ । চৰকাৰৰ পৰিৱৰ্তে বানাক্ৰান্তই সহায়ৰ হাত বিচাৰিলে বেচৰকাৰী সংগঠনক ।

বেঁকী নৈৰ বানপানী কমিছে যদিও কমা নাই বানপানীৰ বিভীষিকা । কালৰূপী বেঁকী নৈৰ বানপানীত হেজাৰ-হেজাৰ লোকৰ বিস্তৰ ক্ষতি সাধন হয় । কিন্তু কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত ৬৯ টা পৰিয়ালত এতিয়া তীব্ৰ খাদ্য সংকটত আছে । বিগত ২০ দিনত এই পৰিয়াল কেইটাই চৰকাৰৰ ফালৰ বান সাহাৰ্যৰ নামত পাইছে মাত্ৰ তিনিদিনৰ খাদ্য । পানী কমিছে যদিও আশ্ৰয় শিবিৰৰ পৰা এতিয়াও ঘৰলৈ উভতিব পৰা নাই এই পৰিয়াল কেইটা । সম্প্ৰতি এই পৰিয়াল কেইটা অনাহাৰে পশুধনৰ সৈতে সহাৱস্থান কৰিব লগা হৈছে । ইফালে প্ৰশাসনক অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে । উপায়ন্তৰ হৈ বান শিবিৰত থকা বন্যাৰ্তই বান সাহায্যৰ দাবীত হাতত বাচন-বৰ্তন লৈ পানীত নামি প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।

Intro:slug: as_jania_28jul_panit_nami_protibad_vis2+byt3+pho2_spl_pkg_story_asc10058

জনীয়া, ২৮ জুলাই: কলগাছিয়াৰ খাৰবাল্লিত চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে পানীত নামি হাতত বাচন-বৰ্তন লৈ প্ৰতিবাদ বৰ্ণাত্যৰ। অনাহাৰে থকা পৰিয়ালে চৰকাৰৰ পৰিৱৰ্তে সহায়ৰ হাত বিচাৰিলে বেচৰকাৰী সংগঠনৰ।Body:slug: as_jania_28jul_panit_nami_protibad_vis2+byt3+pho2_spl_pkg_story_asc10058

বেঁকী নৈৰ বানপানী কমিছে যদিও কমা নাই বানপানীৰ বিভীষিকা। কালৰূপী বেঁকী নৈৰ বানপানীত হেজাৰ হেজাৰ লোক আক্ৰান্ত হৈছে। কিন্তু কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁওত ৬৯ টা পৰিয়ালত এতিয়া তীব্ৰ খাদ্য সংকটত। বিগত ২০ দিনত এই পৰিয়াল কেইটাই চৰকাৰৰ ফালৰ বান সাহাৰ্য্যৰ নামত পাইছে মাত্ৰ তিনিদিনৰ চাউল, ডালি, নিমখ আৰু পশু খাদ্য। পোৱা নাই চিকিৎসা, পোৱা নাই বিশুদ্ধ খোৱা পানী। পানী কমিছে যদিও আশ্ৰয় শিবিৰৰ পৰা এতিয়াও ঘৰলৈ উভতিব পৰা নাই এই পৰিয়াল কেইটা। সম্প্ৰতি এই পৰিয়াল কেইটা অনাহাৰে পশুধনৰ সৈতে সহৱস্থান কৰিব লগা হৈছে। ইফালে প্ৰশাসনক অৱগত কৰাৰ পিছত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ বাবে আজি এই শিবিৰত থকা বৰ্ণাত্যই বান সাহাৰ্য্যৰ দাবীত হাতত থাল, গিলাচ, বাচন-বৰ্তন লৈ পানীত নামি প্ৰতিবাদ সাব্যস্থ কৰে। তেওঁলোকে চৰকাৰ, বৰপেটা জিলা প্ৰশাসন আৰু কলগাছিয়া ৰাজহ চক্ৰ বিষয়ৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে। এই দুৰ্ভগীয়া বৰ্ণাত্যই চৰকাৰৰ পৰিৱৰ্তে বিভিন্ন বেচৰকাৰী সংগঠনৰ সহায় বিচাৰিছে।Conclusion:slug: as_jania_28jul_panit_nami_protibad_vis2+byt3+pho2_spl_pkg_story_asc10058

মন্তব্য: প্ৰতিবাদকাৰী বৰ্ণাত্যৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.