ETV Bharat / state

অসম বন্ধঃ কলগাছিয়াত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ বন্ধ সমৰ্থকৰ

author img

By

Published : Dec 9, 2019, 9:11 AM IST

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ ৰাজ্যজুৰি উত্তপ্ত পৰিস্থিতি ৷ বন্ধ সমৰ্থকে ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্য়স্ত কৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৷

অসম বন্ধ
অসম বন্ধঃ কলগাছিয়াত মুখ্যমন্ত্ৰী প্ৰতিকৃতি দাহ বন্ধ সমৰ্থকৰ

বৰপেটা, 9 ডিচেম্বৰঃ কলগাছিয়াতো অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক দেখা গ'ল সোমবাৰে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

অসম বন্ধঃ কলগাছিয়াত মুখ্যমন্ত্ৰী প্ৰতিকৃতি দাহ বন্ধ সমৰ্থকৰ

কলগাছিয়া চাৰিআলি চকত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদী কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজ্যজুৰি উত্তপ্ত পৰিস্থিতি কেবৰ বিৰুদ্ধে ৷

আৰু পঢ়কঃ টীয়ক,ধেমাজি,শিৱসাগৰত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

Intro:slug: as_jania_9dec_kalgachia_effigy_burnt_vis2+byt1+pho1_story_asc10058

Anchor: নাগৰিকত্ব সংশোধনী বিধেয়ক বিল বাতিলৰ দাবীত কলগাছিয়াত উত্তাল প্ৰতিবাদ। মূখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালৰ প্ৰতিকৃতি দাহ। কলগাছিয়াতো অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক।Body:slug: as_jania_9dec_kalgachia_effigy_burnt_vis2+byt1+pho1_story_asc10058

VO: সমগ্ৰ ৰাজ্যৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বিল বাতিলৰ দাবীত কলগাছিয়াতো কৃষক মুক্তি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্থ কৰে তীব্ৰ প্ৰতিবাদ। কলগাছিয়া চাৰিআলি চকত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে প্ৰতিবাদকাৰী সকলে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বিল দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নৰেন্দ্ৰ মোদী হায়! হায়! অমিত শ্বাহ হায়! হায়!, সৰ্বানন্দ সনোৱাল হায়! হায়!, বিজেপি চৰকাৰ হায় হায়, বি জে পি চৰকাৰ লেই লেই ছেই ছেই আদি বিভিন্ন শ্লোগানেৰে আকাশ-বতাহ কপাই তুলি বিধেয়ক বিল আৰু কেৱৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে সমগ্ৰ ৰাজ্যৰ লগতে কলগাছিয়াতো নাগকিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আহ্বান কৰা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। Conclusion:slug: as_jania_9dec_kalgachia_effigy_burnt_vis2+byt1+pho1_story_asc10058

Byte : প্ৰতিবাদকাৰী।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.